January 26, 2022আজি “গণৰাজ্য দিৱস” উপলক্ষে নলবাৰী সমষ্টিৰ কেইবাগৰাকী শ্ৰদ্ধাৰ মুক্তিযুঁজাৰুৰ বাসগৃহত উপস্থিত হৈ তেখেত সকলৰ অতুলনীয় ত্যাগ আৰু অৱদানক স্মৰণ কৰি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰোঁ ৷মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আজি “গণৰাজ্য দিৱস” উপলক্ষে নলবাৰী সমষ্টিৰ কেইবাগৰাকী শ্ৰদ্ধাৰ মুক্তিযুঁজাৰুৰ বাসগৃহত উপস্থিত হৈ তেখেত সকলৰ অতুলনীয় ত্যাগ আৰু […]
January 26, 2022নলবাৰী জিলাত উদযাপন কৰা ৭৩ তম “গণৰাজ্য দিৱস” ত অংশগ্ৰহণ কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰোঁআজি নলবাৰী জিলাত উদযাপন কৰা ৭৩ তম “গণৰাজ্য দিৱস” ত অংশগ্ৰহণ কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰোঁ ৷এয়া মোৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ ক্ষণ৷ দেশ স্বাধীন […]
January 26, 2022জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনাওঁ ৷আজি “গণৰাজ্য দিৱস” উপলক্ষে নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত স্বাধীনতা সংগ্ৰামৰ মহানায়ক, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰি সশ্ৰদ্ধ প্ৰণিপাত […]
January 28, 2022আজি ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা “বিশেষ সাংগঠনিক সভা” ত অংশগ্ৰহণ কৰোঁ ৷আজি ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা “বিশেষ সাংগঠনিক সভা” ত অংশগ্ৰহণ কৰোঁ ৷ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াই সম্বোধন কৰা […]
January 28, 2022ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে অসমত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছেৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে অসমত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত পিএমজিএছৱাই ৰ অধীনত […]
January 28, 2022কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিং ডাঙৰীয়াৰ সভাপতিত্বত ভিডিঅ’ কনফাৰেঞ্চ যোগে এখনি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ।আজি মাননীয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিং ডাঙৰীয়াৰ সভাপতিত্বত ভিডিঅ’ কনফাৰেঞ্চ যোগে এখনি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। উক্ত বৈঠকত মোৰ লগতে চুবুৰীয়া […]