September 4, 2020ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গণত দলীয় পতাকা উত্তোলন কৰি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ শুভাৰম্ভণি কৰোঁ ।ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি অসমৰ সাংস্কৃতিক […]
September 5, 2020চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। শিক্ষা ব্যৱস্থাৰ আমোল পৰিবৰ্তন কৰা যুগনায়ক ৰাধাকৃষ্ণণ দেৱৰ জন্মদিনৰ লগত […]
September 7, 2020“অন্ত্যজা“ কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা কঢ়িয়াই অনা বিশিষ্ট কবি, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগ দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷“অন্ত্যজা“ কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা কঢ়িয়াই অনা বিশিষ্ট কবি, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগ দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷
September 7, 2020অসমীয়া জাতি, সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা সৰ্বশাস্ত্ৰ বিশাৰদ, অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ গুৰুজনাক তেৰাৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷অসমীয়া জাতি, সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা সৰ্বশাস্ত্ৰ বিশাৰদ, অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ গুৰুজনাক তেৰাৰ তিৰোভাৱ তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷ অসম […]
September 8, 2020অনন্য প্ৰতিভাৰে বিশ্বব্যাপী খ্যাতি লভা বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।অনন্য প্ৰতিভাৰে বিশ্বব্যাপী খ্যাতি লভা বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ । যুগনায়ক ড° ভূপেন হাজৰিকা দেৱে […]
September 10, 2020আজি মোৰ জন্মদিন উপলক্ষে বিভিন্ন মাধ্যমৰে শুভেচ্ছা, আশীষ প্ৰদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।আজি মোৰ জন্মদিন উপলক্ষে বিভিন্ন মাধ্যমৰে শুভেচ্ছা, আশীষ প্ৰদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।ব্যক্তিগতভাবে প্ৰতিজনকে সঁহাৰি জনাব পৰা নাই তথা সম্ভবপৰ […]