March 24, 2022

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে আজি ১৫৭ নং উত্তৰ গণকগাড়ী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে আজি ১৫৭ নং উত্তৰ গণকগাড়ী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷ সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে এই গৃহ নিৰ্মাণ […]
March 24, 2022

আজি বজালী উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত নিৰ্মীয়মান “চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্প” পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷

আজি বজালী উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত নিৰ্মীয়মান “চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্প” পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷ এই কাৰ্যসূচীত মোৰ […]
March 24, 2022

আজি স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ অধীনত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ৫ খন গাঁও পঞ্চায়তলৈ আৱৰ্জনা কঢ়িওৱা ই-ৰিক্সা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰোঁ

আজি স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ অধীনত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ৫ খন গাঁও পঞ্চায়তলৈ আৱৰ্জনা কঢ়িওৱা ই-ৰিক্সা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰোঁ ৷ […]
March 24, 2022

আজিৰে পৰা বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী আঁচনি “অসম ক্ষুদ্ৰ বিত্তীয় উদগণি আৰু সকাহ আঁচনি-২০২১” ৰ আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে

অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বজালী তথা বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী আঁচনি “অসম ক্ষুদ্ৰ […]
March 26, 2022

আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ মুখ্য কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰোঁ। সভাত কাৰ্যকৰ্তা সকলৰ সহযোগিতা আৰু দলৰ সৰ্বাংগীণ উন্নতি সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ।

আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ মুখ্য কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰোঁ। সভাত কাৰ্যকৰ্তা সকলৰ সহযোগিতা আৰু দলৰ সৰ্বাংগীণ উন্নতি সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ। […]