September 11, 2020আজিৰ এই বিশ্ব ভাতৃত্ব দিৱসৰ পবিত্ৰ দিনটোত মহান মণিষীজনক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷মহান মণিষী স্বামী বিবেকানন্দ ই ১৮৯৩ খ্ৰীষ্টাব্দত চিকাগোৰ ঐতিহাসিক বিশ্ব ধৰ্ম সংসদত আজিৰ দিনটোতে প্ৰখ্যাত ভাষণটো আগবঢ়াইছিল৷ সেয়েহে আজিৰ দিনটো বিশ্ব ভাতৃত্ব দিৱস হিচাপে পালন কৰা […]
September 11, 2020” সৰভোগ সমষ্টিত কেইবাখনো অভিলাষী আঁচনিৰ অধীনত পথ, দলংৰ শুভ উন্মোচন আৰু পথ নিৰ্মানৰ কামৰ শুভাৰম্ভ”” সৰভোগ সমষ্টিত কেইবাখনো অভিলাষী আঁচনিৰ অধীনত পথ, দলংৰ শুভ উন্মোচন আৰু পথ নিৰ্মানৰ কামৰ শুভাৰম্ভ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল […]
September 13, 2020নাট্য জগতৰ পুৰোধা শিল্পী-সৈনিক ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁঅসমীয়া নাট্য জগতৰ পুৰোধা শিল্পী-সৈনিক ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । তেখেতৰ পুণ্য স্মৃতিত অসম চৰকাৰে প্ৰৱৰ্তন কৰা “শিল্পী-সৈনিক ব্ৰজনাথ শৰ্মা বঁটা ২০২০”ৰে […]
September 13, 2020বিশিষ্ট কবি, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগ দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।বিশিষ্ট কবি, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগ দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
September 13, 2020আজি সভাত আগন্তুক নিৰ্বাচন সম্বন্ধীয় আভ্যন্তৰীণ বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হওঁ৷আজি হোজাই জিলাৰ যুগল কিশোল কেডিয়া ভৱনত দলৰ এখন জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়৷ সভাত মোৰ সহিতে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্তমল্ল বৰুৱা, বিধায়ক শিলাদিত্য দেৱ, […]
September 14, 2020হিন্দী ভাষাৰ চৰ্চা, প্ৰচাৰ তথা ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা ভাষবিদ, তথা হিন্দী ভাষাৰ শিক্ষক আৰু ছাত্ৰ সমাজক আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।হিন্দী ভাষাৰ চৰ্চা, প্ৰচাৰ তথা ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা ভাষবিদ, তথা হিন্দী ভাষাৰ শিক্ষক আৰু ছাত্ৰ সমাজক আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন […]