May 13, 2020

আহক,আমি সকলোৱে মহামাৰী ক’ৰুণাৰ বিৰুদ্ধে যুঁজ দি থকা চৰকাৰ খনক সহায়ৰ হাত আগবঢ়াওঁ

আহক,আমি সকলোৱে মহামাৰী ক’ৰুণাৰ বিৰুদ্ধে যুঁজ দি থকা চৰকাৰ খনক সহায়ৰ হাত আগবঢ়াওঁ আৰু সন্মুখৰ পৰা নেতৃত্ব আগবঢ়োৱা প্ৰশাসন তথা সংশ্লিষ্ট সকলৰ মনোবল বৃদ্ধি কৰোঁ । […]
May 13, 2020

প্ৰাক্তন ৰাষ্ট্ৰপতি,ফখৰুদ্দীন আলি আহমেদ ডাঙৰীয়াক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

প্ৰাক্তন ৰাষ্ট্ৰপতি,বিচক্ষণ ৰাজনীতিবিদ ফখৰুদ্দীন আলি আহমেদ ডাঙৰীয়াক তেখেতৰ পুণ্য-জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা এইজন অসম সন্তানক লৈ আজিও প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰে। […]
May 14, 2020

আহক,আমি দেশৰ হকে আগুৱাই যাওঁ আৰু দেশক ক’ৰুণাৰ বিভীষিকাৰ পৰা ৰক্ষা কৰোঁ ।

এই সময় হৈছে সহায় কৰাৰ, এজনে আনজনৰ সহায় হোৱাৰ । আহক,আমি দেশৰ হকে আগুৱাই যাওঁ আৰু দেশক ক’ৰুণাৰ বিভীষিকাৰ পৰা ৰক্ষা কৰোঁ । I invite everyone […]
May 24, 2020

স্বৰ্গদেউ সৰ্বানন্দ সিংহ মৃত্যু দিৱস

স্বৰ্গদেউ সৰ্বানন্দ সিংহ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক । তেখেতে উজনি অসমত ১৭৮৮খ্ৰীষ্টাব্দৰ গণ বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল । মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ জনাৰ মৃত্যু দিৱসত তেখেতৰ প্ৰতি […]
May 26, 2020

“শাৰীৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰূপকাৰ নাপিত সকলে সামাজিক স্বাস্থ্যলৈ আগবঢ়োৱা অৱদান অনবদ্য ।”

“শাৰীৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰূপকাৰ নাপিত সকলে সামাজিক স্বাস্থ্যলৈ আগবঢ়োৱা অৱদান অনবদ্য ।” “ল’ক ডাউনৰ বাবে কৰ্মহীন হৈ পৰা এই সকল সমাজকৰ্মীলৈ আৰ্থিক সকাহ আগবঢ়াবলৈ ভাৰতীয় জনতা পাৰ্টীৰ […]
May 30, 2020

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী তথা এন ডি এৰ সাংসদ সকল, দলৰ কেন্দ্ৰীয় নেতৃত্ব তথা কাৰ্যকৰ্তা সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।

সমগ্ৰ দেশবাসীৰ আশীষ, অটল বিশ্বাস, নিৰৱচ্ছিন্ন সহযোগিতাৰে মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰখনে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বছৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ […]