September 22, 2020গঁড়- অসমৰ পৰিচয়, অসমৰ স্বাভিমান, গৌৰৱ।গঁড়- অসমৰ পৰিচয়, অসমৰ স্বাভিমান, গৌৰৱ। আজি “বিশ্ব গড় দিৱস”। এই বিশেষ দিনটোত আহক আমি অসম পৰিচয়, অসম গৌৰৱৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে একেলগে আগুৱাই যাওঁ।
September 22, 2020আজি ৰাজ্যিক কাৰ্যলায়ত আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতি আৰু অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা-কৰ্মী সহ কেইবাগৰাকী সদস্যই৷ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ নিৰন্তৰ নতুন নতুন ব্যক্তিয়ে যোগদান কৰি আহিছে৷ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোণোৱাল চৰকাৰৰজন কল্যাণ মূলক কাম, সৰ্মপিত […]
September 24, 2020চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা আব্দুল মজিদ ডাঙৰীয়াক স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা আব্দুল মজিদ ডাঙৰীয়াক স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। চলচ্চিত্ৰ তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰত অতুলনীয় অৱদানৰে তেখেতে অসমৰ সাংস্কৃতিক বৰঘৰ চহকী কৰি […]
September 24, 2020মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ উত্থাপিত হোৱা কৃষি বিধেয়কখন কৃষকবন্ধু সকলৰ ৰক্ষাকবচ হিচাপে পৰিগণিত হ’ব৷মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ উত্থাপিত হোৱা কৃষি বিধেয়কখন কৃষকবন্ধু সকলৰ ৰক্ষাকবচ হিচাপে পৰিগণিত হ’ব৷ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়ক ক্ৰমে কৃষি উৎপাদন সামগ্ৰীৰ ব্যৱসায় […]
September 24, 2020বাৰেগাঁও নিবাসী চক্-চকা ব্লক মণ্ডলৰ সক্ৰিয় কাৰ্যকৰ্তা মদন নাথ দেৱৰ পৰলোক প্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকস্তব্ধ হৈছোঁ ৷বাৰেগাঁও নিবাসী চক্-চকা ব্লক মণ্ডলৰ সক্ৰিয় কাৰ্যকৰ্তা মদন নাথ দেৱৰ পৰলোক প্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকস্তব্ধ হৈছোঁ ৷ তেখেতৰ মৃত্যুত দলে এজন নিষ্ঠাবান কাৰ্যকৰ্তা হেৰুৱালে ৷ […]
September 24, 2020দুজন সংখ্যালঘু প্ৰাক্তন বিধায়কৰ বিজেপিত যোগদানদুজন সংখ্যালঘু প্ৰাক্তন বিধায়কৰ বিজেপিত যোগদানঃ দেশ তথা জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন ভাৱে নিৰন্তৰ কাম কৰি অহা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ […]