October 29, 2020

“প্ৰতিটো দিনতে আমাৰ নৱ জন্ম হয় । আজি আমি যি কৰোঁ সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ ।”

“প্ৰতিটো দিনতে আমাৰ নৱ জন্ম হয় । আজি আমি যি কৰোঁ সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ ।” : গৌতম বুদ্ধ আজি পুৱা ধেমাজিৰ ৰাজ পথত কাৰ্যকৰ্তা সকলৰ স’তে […]
October 29, 2020

বিধানসভা নিৰ্বাচন সমাগত ৷ হাতত আছে মাথো ১৫০ টা দিন ৷ মিছন ১০০+ ৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি যাবলৈ আহ্বান ৷

বিধানসভা নিৰ্বাচন সমাগত ৷ হাতত আছে মাথো ১৫০ টা দিন ৷ মিছন ১০০+ ৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি যাবলৈ আহ্বান ৷ আজি ভাৰতীয় জনতা পাৰ্টি, […]
October 29, 2020

আজি উত্তৰ লক্ষীমপুৰ জিলা পুথিভঁৰালত পুৱা ১০:৩০বজাৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টি, লক্ষীমপুৰ জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ ।

আজি উত্তৰ লক্ষীমপুৰ জিলা পুথিভঁৰালত পুৱা ১০:৩০বজাৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টি, লক্ষীমপুৰ জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰোঁ । লক্ষীমপুৰ জিলাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ- উদ্দীপনাই মোক […]
October 29, 2020

পুৱাৰ সময়খিনিয়ে সদায় আমাক নতুনকৈ ভবাৰ, উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে।

#সুপ্ৰভাতঃ পুৱাৰ সময়খিনিয়ে সদায় আমাক নতুনকৈ ভবাৰ, উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে। ৰাতিপুৱাৰ এই প্ৰেৰণাৰে ভৰা নিৰ্মল সময়খিনিত মই প্ৰাতঃভ্ৰমণ কৰিবলৈ সদায় পাৰ্যমানে চেষ্টা […]
October 29, 2020

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বিয়োগৰ খৱৰে অতিকৈ মৰ্মাহত কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বিয়োগৰ খৱৰে অতিকৈ মৰ্মাহত কৰিছে। […]
October 29, 2020

শিশুৰ মন ফুল এপাহৰ দৰেই কোমল আৰু নিষ্পাপ৷ কলুষতা, কপটতা নাথাকে শিশুৰ মনত৷ সেয়েহে শিশু মোৰ সদায় প্ৰিয়৷

#সুপ্ৰভাত শিশুৰ মন ফুল এপাহৰ দৰেই কোমল আৰু নিষ্পাপ৷ কলুষতা, কপটতা নাথাকে শিশুৰ মনত৷ সেয়েহে শিশু মোৰ সদায় প্ৰিয়৷ উপভোগ কৰি আনন্দিত হওঁ শিশুৰ সৰল ধেমালিবোৰ৷