November 3, 2020

ৰাতিপুৱাৰ সময়খিনিয়ে সদায় আমাক নতুন কৈ ভবাৰ, উদ্যমৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে।

#সুপ্ৰভাত ৰাতিপুৱাৰ সময়খিনিয়ে সদায় আমাক নতুন কৈ ভবাৰ, উদ্যমৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে। ৰাতিপুৱাৰ এই প্ৰেৰণাৰে ভৰা নিৰ্মল সময়খিনিত মই ভ্ৰমণ কৰাৰ সদায় পাৰ্যমানে […]
November 3, 2020

আজি বিটিচিৰ অন্তৰ্গত চিৰাং জিলাৰ বাসুগাঁওত অনুষ্ঠিত হোৱা বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷

আজি বিটিচিৰ অন্তৰ্গত চিৰাং জিলাৰ বাসুগাঁওত অনুষ্ঠিত হোৱা বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷ আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন কাৰ্যকৰ্তাকে গভীৰ দ্বায়িত্ববোধৰে কাম কৰি যাবলৈ […]
November 4, 2020

অকাট্য যুক্তি আৰু শাণিত বাগ্মিতাৰে সাংবাদিতাৰ নতুন ধাৰা সৃষ্টি কৰিবলৈ সমৰ্থ হৈ সমগ্ৰ দেশবাসীৰ আদৰৰ হৈ পৰা অসম গৌৰৱ, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ডাঙৰীয়াক কংগ্ৰেছ আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক আক্ৰমণ ।

অকাট্য যুক্তি আৰু শাণিত বাগ্মিতাৰে সাংবাদিতাৰ নতুন ধাৰা সৃষ্টি কৰিবলৈ সমৰ্থ হৈ সমগ্ৰ দেশবাসীৰ আদৰৰ হৈ পৰা অসম গৌৰৱ, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ডাঙৰীয়াক […]
November 4, 2020

মই ওদালগুৰি জিলাৰ কাৰ্যকৰ্তা সকলকো নিজ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনালোঁ।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, […]
November 5, 2020

“কাৰ্যকৰ্তা বন্ধুসকলক মই আহ্বান কৰিছোঃ আপোনালোকে নিয়মিতভাৱে এক ঘন্টা সময় ব্যায়াম কৰক আৰু নিজক সুস্থ সৱল কৰি ৰাখক৷”

“কাৰ্যকৰ্তা বন্ধুসকলক মই আহ্বান কৰিছোঃ আপোনালোকে নিয়মিতভাৱে এক ঘন্টা সময় ব্যায়াম কৰক আৰু নিজক সুস্থ সৱল কৰি ৰাখক৷” প্ৰতিদিনৰ দৰে আজিও প্ৰাতঃভ্ৰমণ কৰো৷ লগতে প্ৰাথমিক পৰ্যায়ৰ […]
November 5, 2020

আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। সুধাকণ্ঠই তেখেতৰ সৃষ্টি তথা কৰ্মৰাজিৰে অসমৰ কলা-কৃষ্টিক বিশ্ব দৰবাৰত শক্তিশালী […]