November 9, 2020#সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকলঃ আপোনালোককো আহ্বান জনাও যে নিজৰ নিজৰ সমষ্টিৰ বিভিন্ন দিশসমূহ নিৰীক্ষণ কৰক৷#সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকলঃ সময় ধাৱমান হৈছে ‘২১ৰ বিশেষ দিনটোৰ দিশে৷ হাতত আছে মাথো ১৪৭ টা দিন৷ আজি মই নিজৰ সমষ্টি সৰভোগতেই আছো৷ আৰু ইয়াৰ বিভিন্ন উন্নয়ণমূলক […]
November 9, 2020পাটাচাৰকুচি সমষ্টিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ বাইক ৰেলীৰে উষ্ম আদৰণি৷পাটাচাৰকুচি সমষ্টিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ বাইক ৰেলীৰে উষ্ম আদৰণি৷ মই অভিভূত হৈছো যুৱমৰ্চাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ তথা উদ্দীপনাত ৷
November 9, 2020বজালী জিলাৰ জিলা কাৰ্যনিৰ্বাহক সভাত আজি উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে দলৰ অনাগত দিনৰ কৰ্মপন্থা, নিৰ্বাচনৰ ৰণকৌশল তথা সাংগঠনিক দিশ সম্পৰ্কত বিস্তাৰিত ভাবে আলোচনা কৰিলোঁ।বজালী জিলাৰ জিলা কাৰ্যনিৰ্বাহক সভাত আজি উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে দলৰ অনাগত দিনৰ কৰ্মপন্থা, নিৰ্বাচনৰ ৰণকৌশল তথা সাংগঠনিক দিশ সম্পৰ্কত বিস্তাৰিত ভাবে আলোচনা কৰিলোঁ। ৰাইজৰ […]
November 11, 2020বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ কৰ্মশালাত অংশগ্ৰহণ কৰি বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ সৈতে আগন্তুক নিৰ্বাচন আৰু সাংগঠনিক দিশ সম্পৰ্কত বিশদ আলোচনা কৰোঁ।“আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ১২৬ সমষ্টিত ১২৬ জন তত্বাবধায়ক আৰু সংযোজকক দায়িত্ব অৰ্পণ”আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি বিধানসভা সমষ্টি সমূহৰ তত্বাবধায়ক আৰু সংযোজক সকলৰ […]
November 11, 2020#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ#সুপ্ৰভাত কাৰ্যকৰ্তাসকলঃ #Countdown আৰম্ভ হৈ গৈছে; নিৰ্বাচনলৈ মাত্ৰ ১৪৫ দিন বাকী ৰৈছে৷যিসকল কাৰ্যকৰ্তাই দলীয় কাম-কাজৰ মাজতে সুস্বাস্থ্যৰ বাবে #স্বাস্থ্যপ্ৰথম মন্ত্ৰৰে শৰীৰচৰ্চাৰ জৰিয়তে নিজকে সাজু কৰিছে সেইসকললৈ […]
November 11, 2020সময়ৰ সৈতে খোজ মিলাই ভাৰতীয় জনতা পাৰ্টিয়েও সামাজিক মাধ্যমক ৰাইজৰ সেৱা কৰা এটি অন্যতম শক্তিশালী মাধ্যম হিচাপে লৈ আগবাঢ়িছে।সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ প্ৰভাৱ অপৰিসীম। সময়ৰ সৈতে খোজ মিলাই ভাৰতীয় জনতা পাৰ্টিয়েও সামাজিক মাধ্যমক ৰাইজৰ সেৱা কৰা এটি অন্যতম শক্তিশালী মাধ্যম হিচাপে লৈ আগবাঢ়িছে। ৰাইজৰ […]