November 29, 2020আজি মথনগুৰি সমষ্টিৰ অন্তৰ্গত মাজৰ গাওঁত গৌতম দাসৰ হৈ আজি প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিশাল নিৰ্বাচনী সভা সম্বোধন কৰোঁ ।আজি মথনগুৰি সমষ্টিৰ অন্তৰ্গত মাজৰ গাওঁত গৌতম দাসৰ হৈ আজি প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিশাল নিৰ্বাচনী সভা সম্বোধন কৰোঁ । এই ৰাজহুৱা জনসভাত ৯০ শতাংশ মহিলাৰ […]
November 30, 2020ভক্তিৰসৰ মধুৰ সমন্বয়ৰে অনুষ্ঠিত হৈ অহা ২৭ সংখ্যক ঐতিহ্যমণ্ডিত পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ ভাগি আজি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰোঁ।ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা মৰ্ত্যত হোৱা কৰ্মৰাজিক কলাত্মক ভাৱে ৰাস মহোৎসৱত উপস্থাপন কৰা হয়। শ্ৰীকৃষ্ণৰ তাত্তিক ৰসেৰে সমৃদ্ধ কথা বস্তুক আত্মাৰ পৰা পৰমাত্মালৈ, দৈনিক জীৱনৰ পৰা আধ্যাত্মিকতালৈ […]
November 30, 2020বিশ্বৰ অন্যতম ধৰ্মগুৰু, শিখ ধৰ্মৰ জনক গুৰু নানকৰ পুণ্য আবিৰ্ভাব তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।বিশ্বৰ অন্যতম ধৰ্মগুৰু, শিখ ধৰ্মৰ জনক গুৰু নানকৰ পুণ্য আবিৰ্ভাব তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
November 30, 2020অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ ভীমবৰ দেউৰী দেৱক আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ #ভীমবৰ_দেউৰী দেৱক আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷ অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়া আৰু ইয়াৰ সাধাৰণ […]
November 30, 2020আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ আৰতি_বৰদলৈৰ হৈ বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰোঁ।#বাগানপাৰাত_আৰতি_বৰদলৈয়ে_অভিলেখ_সংখ্যক_ভোট_লাভ_কৰি_বিজয়ী_হ‘ব আজি বিটিচিৰ অন্তৰ্গত #বাগানপাৰাত আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ #আৰতি_বৰদলৈৰ হৈ বিশাল ৰাজহুৱা জনসভা সম্বোধন কৰোঁ। জনতা জনাৰ্দনৰ […]
December 1, 2020দিহীৰাত আমাৰ দলৰ প্ৰাৰ্থী #কনষ্টেন্ট_তিৰ্কীৰ হৈ বিশাল জনসভা সম্বোধন কৰোঁ। জনসভাত ৰাইজৰ বিপুল সঁহাৰিয়ে তিৰ্কী ডাঙৰীয়াৰ জয় নিশ্চিত কৰিছে।দিহীৰাত বিজেপি প্ৰাৰ্থী কনষ্টেন্ট তিৰ্কীৰ বিজয় নিশ্চিত সমাগত বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিত বিজয়ৰ দিশে গতি কৰিছে। ৰাইজৰ সকলো অভাৱ-অভিযোগ কেৱল যে ভাৰতীয় জনতা পাৰ্টিয়েহে […]