December 2, 2020

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দোতমা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিভূতি বৰগীয়াৰীৰ হৈ আজি প্ৰচাৰ সভাত অংশ লওঁ।

#দোতমাত_বিভূতি_বৰগীয়াৰীৰ_জয়_নিশ্চিত বিটিচি পৰিষদীয় নিৰ্বাচনৰ দোতমা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী #বিভূতি_বৰগীয়াৰীৰ হৈ আজি প্ৰচাৰ সভাত অংশ লওঁ। প্ৰচাৰ জনসভা সম্বোধন কৰি এটা কথা নিশ্চিত হৈছোঁ যে সমষ্টিত […]
December 2, 2020

সমগ্ৰ বিটিচিতে এইবেলি পদুম ফুলিব। বিটিচিৰ অন্যতম পৰিষদীয় সমষ্টি ফকৰিগ্ৰামটো বিজেপিৰ জয় এশ শতাংশ নিশ্চিত।

ফকৰিগ্ৰামটো ফুলিব পদুম সমগ্ৰ বিটিচিতে এইবেলি পদুম ফুলিব। বিটিচিৰ অন্যতম পৰিষদীয় সমষ্টি ফকৰিগ্ৰামটো বিজেপিৰ জয় এশ শতাংশ নিশ্চিত। সমষ্টিটোৰ আমাৰ দলৰ প্ৰাৰ্থী #অৰূপ_কুমাৰ_দে‘ ৰ হৈ আজি […]
December 3, 2020

বিটিচি পৰিষদীয় সমষ্টি চালাকাটিত বিজেপি দলৰ প্ৰাৰ্থী কবিতা_বসুমতাৰীৰ হৈ প্ৰচাৰ জনসভা সম্বোধন কৰোঁ ৷ সমষ্টিটোত বসুমতাৰী ডাঙৰীয়ানীৰ জনপ্ৰিয়তা আৰু ৰাইজৰ বিপুল সহাঁৰিয়ে তেখেত বিজয় নিশ্চিত কৰিছে।

#চালাকাটিত_কবিতা_বসুমতাৰীৰ_জয়_নিশ্চিত বিটিচি পৰিষদীয় সমষ্টি চালাকাটিত বিজেপি দলৰ প্ৰাৰ্থী #কবিতা_বসুমতাৰীৰ হৈ প্ৰচাৰ জনসভা সম্বোধন কৰোঁ ৷ সমষ্টিটোত বসুমতাৰী ডাঙৰীয়ানীৰ জনপ্ৰিয়তা আৰু ৰাইজৰ বিপুল সহাঁৰিয়ে তেখেত বিজয় নিশ্চিত […]
December 3, 2020

ড° ৰাজেন্দ্ৰ_প্ৰসাদ : তেখেতৰ জন্মদিনত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷

#ড° ৰাজেন্দ্ৰ_প্ৰসাদঃ তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। ১৯৫০ চনৰ […]
December 3, 2020

বিটিচি নিৰ্বাচন উপলক্ষে আজি কচুগাঁও, বাওখুংৰী, বনৰগাঁও, দেবৰগাঁও সমষ্টিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা সম্বোধন কৰোঁ ৷

বিটিচি নিৰ্বাচন উপলক্ষে আজি #কচুগাঁও, #বাওখুংৰী, #বনৰগাঁও, #দেবৰগাঁও সমষ্টিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা সম্বোধন কৰোঁ ৷ চাৰিওটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নথকাৰ হেতুকে আমি সকলো […]
December 4, 2020

দেশৰ স্বাভিমান ৰক্ষাৰ হেতু আত্মবলিদান দিয়া নৌ-সেনা বাহিনীৰ প্ৰতিজন বীৰ শ্বহীদক মই নমন কৰিছো ৷ লগতে জাগ্ৰত প্ৰহৰী হৈ দেশমাতৃক সুৰক্ষা প্ৰদান কৰি নিৰ্ভিকতাৰে তথা পৰাক্ৰমেৰে নিজৰ কৰ্তব্য পালন কৰি থকা প্ৰতিজন জোৱানক মই আজিৰ নৌ-সেনা দিৱসত অভিবাদন জ্ঞাপন কৰিছোঁ ৷

নিৰ্বাচনলৈ_সম্ভৱতঃ 123 দিন বাকী আছে… #Countdown চলি আছে ….আজি নৌ-সেনা দিৱস ৷ দেশৰ স্বাভিমান ৰক্ষাৰ হেতু আত্মবলিদান দিয়া নৌ-সেনা বাহিনীৰ প্ৰতিজন বীৰ শ্বহীদক মই নমন কৰিছো […]