June 30, 2020আজি বিয়লি ৪ বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক সম্বোধন কৰিব।আজি বিয়লি ৪ বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক সম্বোধন কৰিব। বিভিন্ন মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে চাব পাৰিব।
June 30, 2020সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা ডাঙৰীয়াই আজি অসমৰ বানপানী সম্পৰ্কত মোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বৰ্তমান পৰিস্থিতি সম্পৰ্কত বুজ লয়।ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডা ডাঙৰীয়াই আজি অসমৰ বানপানী সম্পৰ্কত মোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বানপানী তথা বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা,চৰকাৰী তৎপৰতা, […]
July 1, 2020“চিকিৎসক দিৱস”ৰ এই পবিত্ৰ দিনটোত মানৱ জাতিলৈ আগবঢ়োৱা অফুৰন্ত মানৱীয় সেৱাৰ বাবে প্ৰতিজন চিকিৎসকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।“ভাৰতীয় চিকিৎসক সকলে নিজৰ সক্ষমতা আৰু কৌশলৰে সমগ্র বিশ্বতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । চিকিৎসা-বৃত্তিত বুৎপত্তি আৰু কঠোৰ পৰিশ্ৰমেৰে জটিল চিকিৎসা সংক্ৰান্তীয় সমস্যা […]
July 3, 2020কালিৰে পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে বন মহোৎসৱ।“আহক, গছপুলি ৰোপন তথা দ্বায়িত্ব সহকাৰে তাক সংৰক্ষণ কৰি আমি প্ৰতিজনে প্ৰদূষণমুক্ত এখন সেউজ অসম গঢ়োঁ” সেউজীয়া পৃথিৱী এখন গঢ় দিয়াৰ মহৎ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ […]
July 6, 2020ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ পৱিত্ৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।পশ্চিম বংগত জন্ম লভা মহান দেশভক্ত ড° শ্যামা প্ৰসাদ মুখাৰ্জী দেৱে ভাৰতবৰ্ষৰ অংগ কাশ্মীৰত দেশৰ ত্ৰিৰংগা পতাকা উৰুৱাবৰ বাবে মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰি হাতত ত্ৰিৰংগা […]
July 8, 2020চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱক তেখেতৰ ওপজা দিনত অান্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।গল্পকাৰ,ঔপন্যাসিক তথা “মহাৰথী”ৰ স্ৰষ্টা, সাহিত্য অকাডেমি বঁটা প্ৰাপক, সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱক তেখেতৰ ওপজা দিনত অান্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।