December 17, 2020বৰাক ভেলীত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰিবলৈ আজি শিলচৰ বিধানসভা ভিত্তিক দলীয় সাংগঠনিক সভা সম্বোধন কৰোঁ ৷বৰাক ভেলীত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰিবলৈ আজি শিলচৰ বিধানসভা ভিত্তিক দলীয় সাংগঠনিক সভা সম্বোধন কৰোঁ ৷ *শিলচৰ সমষ্টিত ২০২১ ত ৫০ হাজাৰতকৈও অধিক ভোটত জয়লাভ […]
December 18, 2020“অসম কেশৰী” অম্বিকাগিৰী ৰায়চৌধুৰীক তেখেতৰ জন্মতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।“মানুহ হ,মানুহ হ” -অম্বিকাগিৰি ৰায়চৌধুৰী “মানুহ হ,মানুহ হ- কথাই-কামে,চিন্তা-ভাৱে, সাজে-কাছে মানুহ হ’— মানুহ যদি নোৱাৰ হ’ব, বাঘ নহ’বি,শগুণ হ’ ।” “অসম কেশৰী” অম্বিকাগিৰী ৰায়চৌধুৰীক তেখেতৰ জন্মতিথিত […]
December 18, 2020আগন্তুক ‘২১ ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ ১০০+ ৰ লক্ষ্যক সফল ৰূপায়ন কৰিবলৈ দলৰ প্ৰতিজন কাৰ্যকৰ্তায়েই ইতিমধ্যেই নিজৰ সৰ্বোচ্চ প্ৰদানেৰে নিৰন্তৰভাৱে সেৱা অব্যাহত ৰাখিছে।আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত আমাৰ ১০০+ লক্ষ্যত কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিয়ে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মই নিশ্চিত বৰাকভেলীৰ ভ্ৰমণ কালৰ আজি দ্বিতীয় দিনা […]
December 19, 2020বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, কবি পদ্মশ্ৰী চৈয়দ আব্দুল মালিক দেৱৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, কবি পদ্মশ্ৰী চৈয়দ আব্দুল মালিক দেৱৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই থৈ যোৱা অতুলনীয় অৱদানৰ বাবে […]
December 19, 2020হাইলাকান্দি_জিলাৰ_অন্তৰ্গত_কাটলিছড়া_বিধানসভা_সমষ্টিয়ে_বিজেপিৰ_জয়যাত্ৰাত_ল’ব_অন্যতম_ভূমিকাবৰাক ভেলীৰ কৰ্মসূচীৰ আজিৰ দিনটোৰ প্ৰথমখন সাংগঠনিক সভা সম্বোধন কৰোঁ হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটলিছড়া বিধানসভা সমষ্টিত#হাইলাকান্দি_জিলাৰ_অন্তৰ্গত_কাটলিছড়া_বিধানসভা_সমষ্টিয়ে_বিজেপিৰ_জয়যাত্ৰাত_ল‘ব_অন্যতম_ভূমিকাবৰাক ভেলীৰ কৰ্মসূচীৰ আজিৰ দিনটোৰ প্ৰথমখন সাংগঠনিক সভা সম্বোধন কৰোঁ হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটলিছড়া বিধানসভা সমষ্টিত ৷ কাটলিছড়াৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ পৰা দলীয় কাম-কাজৰ বুজ লোৱাৰ […]
December 20, 2020কাছাৰ জিলাৰ ধলাই সমষ্টিৰ কাৰ্যকৰ্তাৰ উদ্যমে দিলে ১০০+ লক্ষ্যৰ প্ৰতি সাহসৰ সমল ক্ৰমাগতভাৱে বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সাফল্যৰ আঁৰতেই আছিল কাৰ্যকৰ্তা সকলৰ নিষ্ঠাৰে কৰা সেৱা আৰু অপৰিসীম ত্যাগৰ লগতে ৰাইজে আমাৰ প্ৰতি ৰখা বিশ্বাস আৰু আস্থাকাছাৰ জিলাৰ ধলাই সমষ্টিৰ কাৰ্যকৰ্তাৰ উদ্যমে দিলে ১০০+ লক্ষ্যৰ প্ৰতি সাহসৰ সমল ক্ৰমাগতভাৱে বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সাফল্যৰ আঁৰতেই আছিল কাৰ্যকৰ্তা […]