December 24, 2020কৰিমগঞ্জ জিলা ভা.জ.পাৰ সভাপতিৰ নেতৃত্বত জিলাখনৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সভাখনি সুন্দৰকৈ অনুষ্ঠিত কৰাৰ লগতে সভাত উপস্থিত সকলো সদস্যকে সুন্দৰকৈ আপ্যায়ন কৰাৰ বাবে মই তেখেতসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷বৰাকভেলীৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন কৰিমগঞ্জ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ এই সভাত উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী […]
December 25, 2020খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বৰদিনে কঢ়িয়াই আনক শান্তি- সম্প্ৰীতি- আনন্দৰ বতৰা ৷খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বৰদিনে কঢ়িয়াই আনক শান্তি- সম্প্ৰীতি- আনন্দৰ বতৰা ৷
December 25, 2020আজি শিলচৰত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত ভিডিঅ কনফাৰেন্স যোগে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে “প্ৰধানমন্ত্ৰী কৃষক কল্যাণ সন্মান নিধি” অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হ’লো ৷আজি শিলচৰত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত ভিডিঅ কনফাৰেন্স যোগে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে “প্ৰধানমন্ত্ৰী […]
December 25, 2020ৰাষ্ট্ৰদ্ৰষ্টা, ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ১৩ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন ৷ৰাষ্ট্ৰদ্ৰষ্টা, ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ১৩ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন ৷ উত্তৰ-পূৱৰ ভিতৰত প্ৰথম শিলচৰত নিৰ্মাণ হোৱা এই মূৰ্তিৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন […]
December 26, 2020“প্ৰগতি- সমৃদ্ধিৰ বাটত অসমৰ আৰু এটি সৱল খোজ। স্বাস্থ্য, শিক্ষা, ঐতিহ্য, আধ্যাত্মিকতাৰ ক্ষেত্ৰত ন দিগন্তৰ সূচনা, যুগান্তকাৰী পদক্ষেপ।”“প্ৰগতি- সমৃদ্ধিৰ বাটত অসমৰ আৰু এটি সৱল খোজ। স্বাস্থ্য, শিক্ষা, ঐতিহ্য, আধ্যাত্মিকতাৰ ক্ষেত্ৰত ন দিগন্তৰ সূচনা, যুগান্তকাৰী পদক্ষেপ।” মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি আমিনগাঁৱত […]
December 26, 2020আজি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকোঁ ৷আজি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকোঁ ৷ উক্ত বৈঠকত মোৰ উপৰিও […]