July 8, 2020ড° দেৱদত্ত বৰকটকীৰ সম্পাদনাত প্ৰতিমাহে প্ৰকাশ পোৱা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” খন পঢ়িলোঁ ।কোৱাৰেন্টাইন হৈ থকাৰ বাবে ঘৰৰ পৰাই এই কেইদিন “ভিডিঅ’ কনফাৰেন্স”ৰ লগতে কাকত আলোচনী তথা ভিন্ন গ্ৰন্থ সমূহেই মোৰ সমল হৈছে । ইয়াৰ মাজতে,ড° দেৱদত্ত বৰকটকীৰ সম্পাদনাত […]
July 9, 2020ভ্ৰাম্যমাণৰ পিতামহস্বৰূপ মাননীয় অচ্যুত লহকৰদেৱৰ ওপজা দিনত তেখেতক আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।
July 13, 2020নেপালী আদিকবি ভানুভক্ত অাৰ্চায দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।নেপালী আদিকবি ভানুভক্ত অাৰ্চায দেৱক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । সংস্কৃত ৰামায়ণৰ প্রথম গৰাকী নেপালী অনুবাদক, আদি কবি ভানুভক্ত আচাৰ্যই নিজৰ সৃষ্টিৰাজিৰে নেপালী ভাষা-সাহিত্য সমৃদ্ধ […]
July 15, 2020সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।অসমৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰবাদ প্ৰতীম সংগঠক,”দা আছাম ট্ৰিবিউন-দৈনিক অসম” বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, বিশিষ্ট সমাজকৰ্মী, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ । […]
July 17, 2020“আন্তর্জাতিক ন্যায়বিচাৰ দিৱস”আন্তর্জাতিক অপৰাধী বিচাৰৰ ব্যবস্থাটোক স্বীকৃতি দিয়াৰ প্রয়াসেৰে ১৭ জুলাইৰ দিনটোক বিশ্বব্যাপী “আন্তর্জাতিক ন্যায়বিচাৰ দিৱস” ৰূপে পালন কৰি অহা হৈছে। ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা তথা জ্ঞান থাকিলে […]
July 23, 2020শ্ৰদ্ধাৰ ড° লীলা গগৈ দেৱক তেখেতৰ মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰা শ্ৰদ্ধাৰ ড° লীলা গগৈ দেৱক তেখেতৰ মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ । […]