January 19, 2021আজি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, যুৱ মৰ্চা,অসম প্ৰদেশৰ “সামাজিক মাধ্যমৰ” কৰ্মশালাত উপস্থিত থাকি যুৱ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ।আজি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, যুৱ মৰ্চা,অসম প্ৰদেশৰ “সামাজিক মাধ্যমৰ” কৰ্মশালাত উপস্থিত থাকি যুৱ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ। যুৱ কাৰ্যকৰ্তা সতীৰ্থ সকলৰ অফুৰন্ত উদ্যম […]
January 20, 2021অনন্য সাহিত্য অৱদানৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বিশিষ্ট কবি, গীতিকাৰ কেশৱ মহন্ত ডাঙৰীয়াই। আজি তেখেতৰ ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁঅনন্য সাহিত্য অৱদানৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বিশিষ্ট কবি, গীতিকাৰ কেশৱ মহন্ত ডাঙৰীয়াই। আজি তেখেতৰ ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
January 20, 2021সৰ্বব্যাপী, সৰ্বস্পৰ্শী বিজেপি চৰকাৰৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিৰ প্ৰায় শতাধিক সদস্যই বিজেপিত যোগদান আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা ‘যোগদান কাৰ্যসূচী’ত উপস্থিত থাকোঁ ৷সৰ্বব্যাপী, সৰ্বস্পৰ্শী বিজেপি চৰকাৰৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিৰ প্ৰায় শতাধিক সদস্যই বিজেপিত যোগদান আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য […]
January 20, 2021সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা পৃষ্ঠা প্ৰমুখ সন্মিলন ত উপস্থিত থাকোঁছিপাঝাৰ বিধানসভা সমষ্টিত পৃষ্ঠা প্ৰমুখ সন্মিলনত উপস্থিত থাকি বিষয়ববীয়াসকলক সততা তথা নিষ্ঠাৰে তেওঁলোকৰ নিজ নিজ দায়িত্ব আৰু কৰ্তব্য কৰি যাবলৈ আহ্বান জনাওঁ ৷ সমাগত ২০২১ ৰ […]
January 22, 2021মোদী ডাঙৰীয়াক আদৰণি জনাবলৈ সাঁজু হৈছে ৰাজ্যবাসী ।মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সদায় দেশবাসীৰ আছে অকুন্ঠ শ্ৰদ্ধা, ভালপোৱা আৰু সীমাহীন আদৰ। অহা ইং ২৩ জানুৱাৰী, ২০২১ তাৰিখে দেশৰ জনপ্ৰিয় তথা শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী […]
January 23, 2021খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ দাবী আৰু অধিকাৰক সন্মান প্ৰদান কৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জনাইছোঁ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতাআজি এক লাখৰো অধিক খিলঞ্জীয়া ভূমিপুত্ৰক ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰিলে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াইখিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ দাবী আৰু অধিকাৰক সন্মান প্ৰদান কৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জনাইছোঁ আন্তৰিক অভিনন্দন […]