February 2, 2021

ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয় আলোচনী ‘অসমীয়া বিজেপি বাৰ্তা’ৰ ফেব্ৰুৱাৰী মাহৰ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ

ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয় আলোচনী ‘অসমীয়া বিজেপি বাৰ্তা’ৰ ফেব্ৰুৱাৰী মাহৰ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ ৷ ‘বিজেপি বাৰ্তা’ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপত্ৰ হিচাপে প্ৰতিমাহে প্ৰকাশ […]
February 3, 2021

আজি বৰপেটাত ‘নৱৰূপত স্বয়ম’ৰ শুভাৰম্ভ কৰোঁ ৷ উক্ত সভাত বৰপেটা জিলাৰ কেইবাটাও আত্মসহায়ক গোটক এই আঁচনিৰ চেক প্ৰদান কৰি আনন্দিত হৈছো আৰু তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ৷

বৰপেটাত “নৱৰূপত স্বয়ম”ৰ শুভাৰম্ভ কৰাৰ লগতে এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক চেক বিতৰণ কৰোঁ স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে নৱৰূপত স্বয়ম আঁচনি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ […]
February 5, 2021

আজি পুৱা সদৌ অসম কেওত জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে মোক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মোক এই সন্মান যঁচাৰ বাবে তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

আজি পুৱা সদৌ অসম কেওত জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে মোক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মোক এই সন্মান যঁচাৰ বাবে তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷তেখেতসকলৰ […]
February 11, 2021

আমাক অন্ত্যোদয়ৰ পথ প্ৰদৰ্শিত কৰা, আধ্যাত্মিক, সামাজিক আৰু মানৱীয় চিন্তাৰে আমাক অনুপ্ৰেৰণাৰ সোপান দিয়া, দেশপ্ৰেমিক, যুগদ্ৰষ্টা, মহান ৰাজনীতিবিদ,পণ্ডিত দীনদয়াল উপাধ্যায় দেৱক তেখেতৰ মৃত্যু তিথিত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

SamarpanDiwas भारत को पुनः विश्वगुरु बनाने हेतु ‘एकात्म मानववाद व अंत्योदय’ का मंत्र देने वाले श्रद्धेय पंडित दीनदयाल उपाध्याय जी के बलिदान दिवस पर उन्हें शत् […]
February 11, 2021

এদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা দেশৰ সন্মানীয় গৃহমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক আজি নিশা ২ বজাত গুৱাহাটী বিমানবন্দৰত অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে উষ্ম আঁদৰণি জনাওঁ ৷

এদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা দেশৰ সন্মানীয় গৃহমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক আজি নিশা ২ বজাত গুৱাহাটী বিমানবন্দৰত অসমীয়াৰ স্বাভিমান […]
February 11, 2021

বজালীবাসীৰ বহুদিনীয়া সপোন আজি ৰূপান্তৰ হ’ল বাস্তৱলৈ, বজালীয়ে লাভ কৰিলে আনুষ্ঠানিক জিলাৰ স্বীকৃতি

বজালীবাসীৰ বহুদিনীয়া সপোন আজি ৰূপান্তৰ হ’ল বাস্তৱলৈ, বজালীয়ে লাভ কৰিলে আনুষ্ঠানিক জিলাৰ স্বীকৃতি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে সৰ্বস্তৰৰ ৰাইজে অতদিনে বুকুত লালন […]