February 11, 2021জি অসম চৰকাৰৰ বিত্ত, লোকনিৰ্মাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই *বৰপেটা ৰোড বাছ আস্থানৰ পৰা ফৰেষ্ট অফিচ সংযোগী পথৰ উন্নীতকৰণৰ লগতে পকী নলা,পদ পথ* নিৰ্মাণৰ কাম মোৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।প্ৰগতিৰ প্ৰতিনিধিত্বৰে অবিৰত যাত্ৰা, সৰভোগবাসীৰ উন্নয়নৰ বাবে নিৰন্তৰ চেষ্টা সৰভোগবাসী ৰাইজৰ যাতায়ত-যোগাযোগৰ সবল-সক্ষম ব্যৱস্থাৰ হকে আজি অসম চৰকাৰৰ বিত্ত, লোকনিৰ্মাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত […]
February 11, 2021বিশাল বাইক ৰেলীত স্বতঃস্ফুট ভাৱে সঁহাৰি জনোৱা হাজাৰ হাজাৰ জনতাৰ জয়গানেৰে গুঞ্জৰিত আজি সৰভোগ সমষ্টি ৷ সৰভোগৰ যাতায়ত-যোগাযোগ ব্যৱস্থা হৈ ৰ’ব ৰাজ্যৰ বাবে দৃষ্টান্ত, ১৬৬.৬৪ কোটি টকা ব্যয়ৰে ২১ পথে পাব নৱৰূপ ৷বিশাল বাইক ৰেলীত স্বতঃস্ফুট ভাৱে সঁহাৰি জনোৱা হাজাৰ হাজাৰ জনতাৰ জয়গানেৰে গুঞ্জৰিত আজি সৰভোগ সমষ্টি ৷ সৰভোগৰ যাতায়ত-যোগাযোগ ব্যৱস্থা হৈ ৰ’ব ৰাজ্যৰ বাবে দৃষ্টান্ত, ১৬৬.৬৪ কোটি […]
February 13, 2021ৰেডিঅ’ৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলী, বিষয়া-কৰ্মকৰ্তাক বিশ্ব ৰেডিঅ’ দিৱসত আন্তৰিক কৃতজ্ঞতা আৰু শুভকামনা জনাইছোঁ।এইয়া আকাশবাণী… মুগ্ধ সময়ৰে বান্ধি ৰাখে প্ৰতিজনক- ৰেডিঅ’ই । ৰেডিঅ’ সময়ৰ সংলাপ হৈ থাকক চিৰদিন ৰেডিঅ’ৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলী, বিষয়া-কৰ্মকৰ্তাক বিশ্ব ৰেডিঅ’ দিৱসত আন্তৰিক […]
February 13, 2021স্বকীয় বৈশিষ্ট্যৰে পৰিচিত স্বাধীনতা সংগ্ৰামী, অনুভূতিপ্ৰৱণ কবি, দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া খ্যাত সৰোজিনী নাইডুক জন্মদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।স্বকীয় বৈশিষ্ট্যৰে পৰিচিত স্বাধীনতা সংগ্ৰামী, অনুভূতিপ্ৰৱণ কবি, দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া খ্যাত সৰোজিনী নাইডুক জন্মদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
February 15, 2021জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু প্ৰমুখ্যে NSUI ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাজ্যিক সাধাৰণ সম্পাদককে ধৰি শতাধিক সদস্যই বিজেপিত যোগদান কৰি আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলৰ ভেটি অধিক সুদৃঢ় কৰিলে ৷জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু প্ৰমুখ্যে NSUI ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাজ্যিক সাধাৰণ সম্পাদককে ধৰি শতাধিক সদস্যই বিজেপিত যোগদান কৰি আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত […]
February 15, 2021বিভাগীয় কৰ্মসূচীৰ বাবে অসমলৈ অহা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ স্বাভিমান এখনি ফুলাম গামোছাৰে উষ্ম আদৰণি জনাওঁ ৷বিভাগীয় কৰ্মসূচীৰ বাবে অসমলৈ অহা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ স্বাভিমান এখনি ফুলাম গামোছাৰে উষ্ম আদৰণি জনাওঁ ৷ জাপানৰ […]