February 16, 2021আজি বৰপেটা জিলাৰ ৫৮৪ টা নামঘৰলৈ বৰপেটা ৰোড ষ্টেডিয়ামত অনুষ্ঠিত “নামঘৰ সমূহলৈ ধনাদেশ বিতৰণ অনুষ্ঠান”ত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰোঁ ৷ৰাজ্য চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিয়ে আমাৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰৰ সংৰক্ষণৰ ক্ষেত্ৰত অনন্য ভূমিকা গ্ৰহণ কৰিছে ৷ অসমীয়া জাতীয় জীৱনৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ […]
February 17, 2021আলি-আ:য়ে লৃগাং উৎসৱৰ আন্তৰিক শুভকামনা জনাইছোঁ।ঐতিহ্যময়, বাৰেৰহণীয়া কৃষ্টিৰে সংস্কৃতিৰে সমৃদ্ধ অসমৰ অন্যতম চহকী জনগোষ্ঠী হৈছে- “মিচিং জনগোষ্ঠী।”তেখেত সকলৰ জনজীৱনৰ প্ৰাণৰ স্পন্দন “আলি-আ:য়ে লৃগাং” উৎসৱৰ আন্তৰিক শুভকামনা জনাইছোঁ।
February 17, 2021ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ।ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ । তেওঁৰ সেৱাই ৰাষ্ট্ৰ নিৰ্মাণৰ […]
February 17, 2021আজি “শ্বহীদ অমিয়-হৰপতি শিশু উদ্যান”খন ৰাইজৰ সহযোগত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰোঁআজি মোৰ নিজা সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজদমকাত অসম আন্দোলনত শ্বহীদ হোৱা বৰনগৰৰ সু-পুত্ৰ বীৰ শ্বহীদ অমিয় কুমাৰ নাথ আৰু শ্বহীদ হৰপতি তালুকদাৰৰ পৱিত্ৰ স্মৃতিত অসম […]
February 18, 2021আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অন্তিমখন “সাংগঠনিক সভা” সম্বোধন কৰোঁ ৷সুৰক্ষিত, বিকশিত অসমৰ অংগীকাৰৰে ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ সাঁজু ভাৰতীয় জনতা পাৰ্টি শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ, গুৱাহাটীত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অন্তিমখন “সাংগঠনিক […]
February 18, 2021আজি অসমৰ বিশিষ্ট লেখক, সাংবাদিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সন্মানীয় শ্ৰীযুত কনকসেন ডেকা ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি তেখেতৰ বহুমূলীয়া পৰামৰ্শ গ্ৰহণ কৰোঁ।ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে অব্যাহত ৰখা “জনসম্পৰ্ক অভিযান” ৰ লগত সংগতি ৰাখি আজি অসমৰ বিশিষ্ট লেখক, সাংবাদিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সন্মানীয় শ্ৰীযুত কনকসেন […]