February 19, 2021

আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটি ৰ এখন গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকোঁ ৷

আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটি ৰ এখন গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকোঁ ৷ উক্ত সভাত দলীয় আভ্যন্তৰীণ […]
February 19, 2021

মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু মোৰ লগতে ৰাইজৰ উপস্থিতিত আজি বৰপেটাৰোডত অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে স্বামী বিবেকানন্দৰ ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ।

স্বামী বিবেকানন্দৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ ১২৫ বৰ্ষপূৰ্তি উপলক্ষে বৰপেটাৰোডত স্থাপিত হোৱা ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিয়ে স্বামী বিবেকানন্দৰ আদৰ্শক জীৱন্ত কৰি ৰাখি নতুন প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আগুৱাই যাবলৈ […]
February 19, 2021

আজি ধুবুৰী পূৱ জিলাৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত অনুষ্ঠিত হোৱা ‘যোগদান অনুষ্ঠান’ ত উপস্থিত থাকোঁ ৷

বিলাসীপাৰা বিধানসভা সমষ্টিত সহস্ৰাধিক লোকৰ যোগদানে সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি অধিক সবল কৰি তুলিলে ৷ আজি ধুবুৰী পূৱ জিলাৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত অনুষ্ঠিত […]
February 21, 2021

নতুন দিল্লীত আজি দৃঢ়তাৰে কওঁ যে ৪২ লাখ কাৰ্যকৰ্তা সহিতে আমি সকলোৱে বিজেপি+= ১০০+ লক্ষ্যত উপনীত হ’বৰ বাবে উদগ্ৰীৱ হৈ আছোঁ ৷

নতুন দিল্লীত আজি দৃঢ়তাৰে কওঁ যে ৪২ লাখ কাৰ্যকৰ্তা সহিতে আমি সকলোৱে বিজেপি+= ১০০+ লক্ষ্যত উপনীত হ’বৰ বাবে উদগ্ৰীৱ হৈ আছোঁ ৷সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা […]
February 23, 2021

আজি মই দলীয় বিষয়ববীয়া সকলৰ সহিতে ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ অন্তগৰ্ত ৰাজধানী মণ্ডলৰ পৰা পৰিয়াল সম্পর্ক অভিযান এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ ।

“সুৰক্ষিত-বিকশিত অসমৰ অঙ্গীকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ” ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সৰ্বস্পৰ্শী, সৰ্বব্যাপী বিভিন্ন আঁচনিৰে ৰাজ্যৰ প্ৰতিটো স্তৰৰ ৰাইজৰ উন্নয়ন সাধন কৰি সফলতা অৰ্জন কৰিছে ৷ […]
February 23, 2021

লাহৰীঘাটবাসীলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ আপোনালোকৰ এই অকুণ্ঠ মৰম, উষ্ম সহাঁৰিয়ে মোক সদায় প্ৰেৰণা আৰু উদ্যম প্ৰদান কৰে …

লাহৰীঘাটবাসীলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ আপোনালোকৰ এই অকুণ্ঠ মৰম, উষ্ম সহাঁৰিয়ে মোক সদায় প্ৰেৰণা আৰু উদ্যম প্ৰদান কৰে …