July 20, 2021

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক।

#সুপ্ৰভাত এটি নতুন দিনলৈ সকলোকে আদৰণি জনাইছোঁ ৷ আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে, অসম বিধানসভা অধিবেশনৰ আজি প্ৰশ্নোত্তৰ শিতানত মোৰ বিভাগসমূহ ক্ৰমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য […]
July 21, 2021

বিভাগীয় দায়িত্ব সমূহৰ সমান্তৰালকৈ মোৰ নিজ সমষ্টিৰ উন্নয়নৰ প্ৰতিও মই দায়বদ্ধ ৷ তাৰ পৰিপ্ৰেক্ষিততেই আজি আকৌ এবাৰ দিনজোৰা কৰ্মসূচীৰে পাটাছাৰকুছিত উপস্থিত থাকিম ৷

#সুপ্ৰভাতঃ আপোনালোক প্ৰতিজনকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ বিভাগীয় দায়িত্ব সমূহৰ সমান্তৰালকৈ মোৰ নিজ সমষ্টিৰ উন্নয়নৰ প্ৰতিও মই দায়বদ্ধ ৷ তাৰ পৰিপ্ৰেক্ষিততেই আজি আকৌ এবাৰ দিনজোৰা কৰ্মসূচীৰে […]
July 21, 2021

ননীগোপাল মহন্ত ডাঙৰীয়াৰ “Citizenship Debate over NRC & CAA” শীৰ্ষক নৱতম গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয় ৷

“NRC আৰু CAA আইনখন অনা আৰু ইয়াৰ সমৰ্থন কৰা অথবা বিৰোধ কৰাৰ অন্তৰালত এক বিশেষ চিন্তন আছে ৷ এই চিন্তন সমূহৰ কোনটো দিশ আমাৰ বাবে কল্যাণকাৰী […]
July 22, 2021

𝐍𝐨 𝐮𝐧𝐟𝐚𝐢𝐫 𝐦𝐞𝐚𝐧𝐬 𝐭𝐨 𝐛𝐞 𝐚𝐜𝐜𝐞𝐩𝐭𝐞𝐝 𝐢𝐧 𝐅𝐚𝐢𝐫 𝐏𝐫𝐢𝐜𝐞 𝐒𝐡𝐨𝐩𝐬

𝐍𝐨 𝐮𝐧𝐟𝐚𝐢𝐫 𝐦𝐞𝐚𝐧𝐬 𝐭𝐨 𝐛𝐞 𝐚𝐜𝐜𝐞𝐩𝐭𝐞𝐝 𝐢𝐧 𝐅𝐚𝐢𝐫 𝐏𝐫𝐢𝐜𝐞 𝐒𝐡𝐨𝐩𝐬 Swift action by Food, Civil Supplies & Consumer Affairs, Govt. of Assam Sonitpur team in Dhekiajuli […]
July 22, 2021

#সুপ্ৰভাতঃ  আজিৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সংস্কাৰমুখী যাত্ৰালৈ গতি কৰিব ৷ কিয়নো অলপতে নিযুক্তি দিয়া ৭০ গৰাকী এ.চি.এচ আৰু এ.এল.আৰ.এছ বিষয়াই ছিনিয়ৰ বিডিঅ’ হিচাপে নিযুক্তি […]
July 22, 2021

আজি গুৱাহাটীৰ অসম পদাধিকাৰী প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱ-নিযুক্ত ৭০ গৰাকী খণ্ড উন্নয়ন বিষয়াৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়নৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত প্ৰশিক্ষণ তথা পৰামৰ্শ প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰোঁ ।

আজি গুৱাহাটীৰ অসম পদাধিকাৰী প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱ-নিযুক্ত ৭০ গৰাকী খণ্ড উন্নয়ন বিষয়াৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়নৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত প্ৰশিক্ষণ তথা পৰামৰ্শ প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি […]