September 8, 2021অসমীয়াৰ হিয়াৰ আমঠু, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ আজি ৯৫ সংখ্যক জন্মদিৱস উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷‘মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’… অসমীয়াৰ হিয়াৰ আমঠু, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ আজি ৯৫ সংখ্যক জন্মদিৱস উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত বন্তি […]
September 8, 2021ভক্তপ্ৰাণ ৰাইজৰ সৈতে আধ্যাত্মিক পৰিৱেশত হৰিনামৰ ধ্বনিৰ মাজত সময়খিনি অতিবাহিত কৰি যথেষ্ট আহ্লাদিত হৈছোঁ।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়া সমাজ জীৱনলৈ অন্যতম অৱদান হৈছে- সত্ৰ আৰু নামঘৰ। অসমীয়া সমাজ জীৱনত সত্ৰ-নামঘৰৰ অপৰিসীম ভূমিকা আৰু প্ৰভাৱৰ বিষয়ে প্ৰতিজন অসমীয়াই জ্ঞাত। আজি […]
September 9, 2021যোৱাকালি ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী আৰু যোৰহাটমুখী দুখন ফেৰীৰ মাজত যি আকস্মিক দুৰ্ঘটনা সংঘটিত হ’ল সেইয়া অতিকৈ দুৰ্ভাগ্যজনক ৷যোৱাকালি ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী আৰু যোৰহাটমুখী দুখন ফেৰীৰ মাজত যি আকস্মিক দুৰ্ঘটনা সংঘটিত হ’ল সেইয়া অতিকৈ দুৰ্ভাগ্যজনক ৷ আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই শোকাবহ দুৰ্ঘটনাত […]
September 10, 2021সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোকৰ আজিৰ দিনটোৰ শুভ তথা মংগল হোৱাৰ কামনা কৰিছোঁ।#সুপ্ৰভাত#GoodMorning সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোকৰ আজিৰ দিনটোৰ শুভ তথা মংগল হোৱাৰ কামনা কৰিছোঁ। মই খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাবে অসমৰ […]
September 10, 2021পবিত্ৰ গণেশ চতুৰ্থীৰ শুভক্ষণত ভক্তপ্ৰাণ ৰাইজক শুভকামনা জনাইছোঁ আৰু প্ৰভু গণেশৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াইছোঁ।পবিত্ৰ গণেশ চতুৰ্থীৰ শুভক্ষণত ভক্তপ্ৰাণ ৰাইজক শুভকামনা জনাইছোঁ আৰু প্ৰভু গণেশৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। প্ৰভু গণেশ দেৱৰ কৃপাৰ বলত সকলোৰে জীৱন সুখ, সম্প্ৰীতি আৰু শান্তিৰে […]
September 10, 2021গোৱৰ্ধনা সত্ৰৰ নৈ পৰীয়া অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া ৰোধৰ পৰ্যালোচনা কৰাৰ বাবে আজি মানসত অনুষ্ঠিত হোৱা এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ৷গোৱৰ্ধনা সত্ৰত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়াৰ স্থায়ী সমাধানৰ পৰ্যালোচনা বৈঠক সৰভোগ সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনা সত্ৰৰ নৈ পৰীয়া অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া ৰোধৰ পৰ্যালোচনা […]