September 11, 2021আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিত প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ#সুপ্ৰভাত#GoodMorning আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিত প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ৷ আজি গোটেই দিনটো মোৰ সমষ্টিৰ বিভিন্ন কাম-কাজ চোৱাচিতা কৰিম ৷ আজিৰ কাৰ্যসূচী হিচাবে […]
September 12, 2021শৰীৰ চৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ।#সুপ্ৰভাত#GoodMorning শৰীৰ চৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ। APSC ৰ Preliminary Examination ত অৱতীৰ্ণ হ’ব লগা পৰীক্ষাৰ্থী সকলক মোৰ শুভেচ্ছা জনাইছোঁ। নিজৰ মেধা আৰু প্ৰজ্ঞাৰে তেখেত […]
September 12, 2021স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানী তথা অসমৰ সাংস্কৃতিক জগতৰ প্ৰবাদপুৰুষ, ভ্ৰাম্যমাণ নাটকৰ জনক, অসমত সহ-অভিনয়ৰ বাটকটীয়া, অভিনেতা, নাট্যকাৰ অভিনয়াচাৰ্য্য ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানী তথা অসমৰ সাংস্কৃতিক জগতৰ প্ৰবাদপুৰুষ, ভ্ৰাম্যমাণ নাটকৰ জনক, অসমত সহ-অভিনয়ৰ বাটকটীয়া, অভিনেতা, নাট্যকাৰ অভিনয়াচাৰ্য্য ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ […]
September 13, 2021আপোনালোকৰ আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷#সুপ্ৰভাত#Goodmorning “আমাৰ সকলােতকৈ ডাঙৰ দুর্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।” প্ৰাতঃভ্ৰমণ আৰু কিছু সময় দৌৰি শৰীৰৰ […]
September 13, 2021বিশাল জ্ঞানৰাজিৰে অসমীয়া সাহিত্যৰ বৰঘৰ গঢ়ি থৈ যোৱা সাহিত্যিক গৰাকীৰ আজি পুণ্য স্মৃতিদিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।বিশিষ্ট বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগদেৱ অসমীয়া সাহিত্যৰ পথাৰত ভোটাতৰা স্বৰূপ। পদ্মশ্ৰী উপাধিৰে বিভূষিত সাহিত্যিক গৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি আসন শুৱনি কৰাৰ উপৰিও […]
September 13, 2021“জলজীৱন মিছন” আঁচনিয়ে ডিমাছা জনজাতিৰ মহিলাসকলৰ জীৱনশৈলী সহজ কৰি তুলিছে“জলজীৱন মিছন” আঁচনিয়ে ডিমাছা জনজাতিৰ মহিলাসকলৰ জীৱনশৈলী সহজ কৰি তুলিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী আঁচনি “জল জীৱন মিছন” ৰ অধীনত ঘৰে ঘৰে খোৱাপানী যোগানৰ […]