September 21, 2021জিলা এখনৰ সৰ্বাংগীন উন্নয়ন হ’বলৈ গাঁও পঞ্চায়তৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন ৷জিলা এখনৰ সৰ্বাংগীন উন্নয়ন হ’বলৈ গাঁও পঞ্চায়তৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন ৷ সেয়েহে পঞ্চায়ত খন সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰি উৎসাহিত কৰোঁ […]
September 21, 2021‘সেৱা আৰু সমৰ্পণ অভিযান’‘সেৱা আৰু সমৰ্পণ অভিযান’ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে ২০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘সেৱা আৰু […]
September 21, 2021উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি মূ্লতঃ গ্ৰাম্যভিত্তিক। গাঁও এখনৰ সামগ্ৰিক ভেটি সুদৃঢ় কৰিবলৈ হ’লে পঞ্চায়ত সমূহৰ দায়িত্ব অপৰিসীমউন্নয়নশীল দেশসমূহৰ অৰ্থনীতি মূ্লতঃ গ্ৰাম্যভিত্তিক। গাঁও এখনৰ সামগ্ৰিক ভেটি সুদৃঢ় কৰিবলৈ হ’লে পঞ্চায়ত সমূহৰ দায়িত্ব অপৰিসীম আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি […]
September 21, 2021আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৃথক পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত নিষ্ঠাসহ কৰ্ম সম্পাদনত ব্ৰতী হৈ আছোঁ, ৰাইজৰ বিশ্বাসেই আমাৰ সফলতা আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু খাদ্য তথা অসামৰিক […]
September 22, 2021“সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷#সুপ্ৰভাত#GoodMorning “সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা […]
September 22, 2021বিশ্বৰ ৫ টা গঁড়ৰ প্ৰজাতিক সাঙুৰি আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ দিনটোত বিগত ২০১০ বৰ্ষৰ পৰা ‘আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱস’ হিচাবে উদযাপন কৰি অহা হৈছে।বিশ্বৰ ৫ টা গঁড়ৰ প্ৰজাতিক সাঙুৰি আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ দিনটোত বিগত ২০১০ বৰ্ষৰ পৰা ‘আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱস’ হিচাবে উদযাপন কৰি অহা হৈছে। গঁড় সংৰক্ষণৰ লগতে […]