September 23, 2021

সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সমিতিৰ প্ৰতিজন বিষয়ববীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ ৷

পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলে গ্ৰামাঞ্চলত ‘জল জীৱন মিছন’ আঁচনি খনৰ সফল ৰূপায়ণৰ বাবে ‘উপভোক্তা কমিটি’ গঠনৰ কৰি এই আঁচনিখন যুগযুগান্তৰলৈকে চলাই নিবলৈ আহ্বান আজি ‘ৰাজ্যিক কাৰ্য্যনিৰ্বাহক […]
September 23, 2021

এই সভাত আজি উপস্থিত হোৱা উক্ত দলটোৰ সৈতে সেৱা জনাই সমাজত ভাৰতীয় জনতা পাৰ্টিৰ উৰ্দ্ধগামী যাত্ৰাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।

“উঠি কতো কীৰ্তন কৰন্ত তাল ধৰি।দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি।।প্ৰহ্লাদে শিখান্ত গাৱে গোবিন্দৰ গীত।পৰম আনন্দে দৈত্যপতি কৰে নৃত্য”।।”- (কীৰ্তনঘোষা) ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আজি […]
September 23, 2021

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ মাজতে আজি আমিনগাঁও স্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত মাননীয় কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল ডাঙৰীয়াৰ উপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে মই ‘জল জীৱন মিছন’ ৰ এখনি পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰোঁ ৷

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ মাজতে আজি আমিনগাঁও স্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত মাননীয় কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং […]
September 23, 2021

আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কপিল মৰেশ্বৰ পাটিল ডাঙৰীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ ৷

আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কপিল মৰেশ্বৰ পাটিল ডাঙৰীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ ৷ এই […]
September 23, 2021

বৰপেটাৰ ‘থিয়নাম’ সমগ্ৰ ৰাজ্যতে বিখ্যাত ৷ ইয়াৰ এক সুকীয়া বৈশিষ্ট্য তথা ঐতিহ্য আছে। আজি বৰপেটা জিলাৰ পৰা অহা এটি থিয়নাম দলৰ সৈতে সংগ দি মই উৎসাহিত হৈছোঁ।

বৰপেটাৰ ‘থিয়নাম’ সমগ্ৰ ৰাজ্যতে বিখ্যাত ৷ ইয়াৰ এক সুকীয়া বৈশিষ্ট্য তথা ঐতিহ্য আছে। আজি বৰপেটা জিলাৰ পৰা অহা এটি থিয়নাম দলৰ সৈতে সংগ দি মই উৎসাহিত […]
September 24, 2021

“কৃতকাৰ্যতাৰ সংজ্ঞা বিচাৰি হাবাথুৰি নাখাবা। একান্তমনে কৰ্মত ব্ৰতী হোৱা, এদিন নিজেই ইয়াৰ সংজ্ঞা বিচাৰি পাবা ।”

#সুপ্ৰভাত#GoodMorning “কৃতকাৰ্যতাৰ সংজ্ঞা বিচাৰি হাবাথুৰি নাখাবা। একান্তমনে কৰ্মত ব্ৰতী হোৱা, এদিন নিজেই ইয়াৰ সংজ্ঞা বিচাৰি পাবা ।” সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ। সকলোৰে মঙ্গল হওঁক তাৰেই কামনা […]