October 1, 2021

আজি ডিব্ৰুগড় জিলা পৰিষদৰ কাৰ্যালয়ত এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

আজি ডিব্ৰুগড় জিলা পৰিষদৰ কাৰ্যালয়ত এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷ এই সভাত পৰিষদ খনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত এই পৰিষদ খনৰ […]
October 1, 2021

আজি ডিব্ৰুগড় উপ-সংমণ্ডলত নিৰ্মালি গাঁও আৰু নতুন নিৰ্মালি গাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘পানী যোগান আঁচনি’ খন পৰিদৰ্শন কৰোঁ।

আজি ডিব্ৰুগড় উপ-সংমণ্ডলত নিৰ্মালি গাঁও আৰু নতুন নিৰ্মালি গাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘পানী যোগান আঁচনি’ খন পৰিদৰ্শন কৰোঁ। আপোনালোক জ্ঞাত যে, ‘জল জীৱন মিছন’ ৰ অধীনত […]
October 1, 2021

পঞ্চায়ত প্ৰতিনিধিৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়তৰ কাম-কাজ পৰ্যালোচনা কৰাৰ নিৰলস যাত্ৰা আজিও অব্যাহত ৰাখিছোঁ

পঞ্চায়ত প্ৰতিনিধিৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়তৰ কাম-কাজ পৰ্যালোচনা কৰাৰ নিৰলস যাত্ৰা আজিও অব্যাহত ৰাখিছোঁ আজি ডিব্ৰুগড় জিলাত বিভাগীয় পৰ্যালোচনা সভা সম্বোধন কৰাৰ পিছত বৰবৰুৱা উন্নয়ন খণ্ডৰ […]
October 2, 2021

সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ

#সুপ্ৰভাত#GoodMorning সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ ডিব্ৰুগড় জিলাত বহুকেইটা বিভাগীয় আৰু দলীয় কাৰ্যসূচী সমাপন কৰাৰ পিছত আজি আহি বঙাইগাঁৱত উপস্থিত হৈছোহি ৷অভিভাৱক […]
October 2, 2021

মহামানৱৰ মানৱ স্নেহ, সেৱা, ঈশ্বৰ পৰায়ণতা বিশ্বৰ বুকুতেই অনন্য। বিশ্বৰ এই গৰাকী সৰ্বশ্ৰেষ্ঠ মনিষীৰ আদৰ্শৰ বাটেৰে দেশ সমৃদ্ধ হৈ ৰওঁক, অনন্য শক্তিশালী হৈ ৰওঁক সদায়

বাপুজী যাৰ নিৰস্ত্ৰ প্ৰবল শক্তি তথা সততা, সত্যৰে সমৃদ্ধ বিচক্ষণতাৰ সমূখত নতশিৰে হাৰ মানিছিল ইংৰাজে। সত্যান্বেষী, মানৱপ্ৰেমৰ প্ৰতিমূৰ্তি জাতিৰ পিতা মহাত্মা গান্ধীক তেখেতৰ জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। […]
October 2, 2021

নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অন্যতম প্ৰতীক স্বৰূপ দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লালাবাহাদুৰ শাস্ত্ৰী দেৱক তেখেতৰ জন্মদিৱসত সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অন্যতম প্ৰতীক স্বৰূপ দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লালাবাহাদুৰ শাস্ত্ৰী দেৱক তেখেতৰ জন্মদিৱসত সশ্ৰদ্ধ প্ৰণাম জনালোঁ। তেখেতৰ বিচক্ষণতাৰে ভৰা সেৱাই দেশবাসীক সদায় […]