October 5, 2021

এই অসমীয়া চলচ্চিত্ৰ খনে ৰাইজৰ সমাদৰ লাভ কৰি আমাৰ ঐতিহ্য পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যাত্ৰা সফল হওঁক তাকে কামনা কৰিছোঁ ৷

অসমৰ প্ৰাচীন লোককলা পুতলা নাচৰ ওপৰত নিৰ্মিত তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত ‘লাইফ ইন এ পাপেট’ ৰ প্ৰিমিয়াৰ শ্বোলৈ বিশিষ্ট অতিথি হিচাবে আজি মোক পৰিচালক […]
October 6, 2021

#সুপ্ৰভাত#GoodMorning ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰ তাৰিখলৈকে অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত এই মহোৎসৱ পালন কৰা হ’ব ৷

#সুপ্ৰভাত#GoodMorning ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ ৰ অধীনত অহা ১১ অক্টোবৰ, ২০২১ তাৰিখে পুৱা ১১ বজাত নলবাৰী জিলাত “অন্ন মহোৎসৱ” পালন কৰা হ’ব ৷ ১২ অক্টোবৰৰ […]
October 6, 2021

অশুভ আসুৰিৰ শক্তি বিনাশী ধৰাৰ বুকুত শান্তি প্ৰদানাৰ্থে মা দূৰ্গাৰ আজি আগমন হ’ব মৰতলৈ… এই পবিত্ৰ ক্ষণত ভক্তপ্ৰাণ ৰাইজলৈ শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে মংগল কামনা কৰিছোঁ ৷

“।। য়া দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা ।।।। নমঃতস্মৈ নমঃতস্মৈ নমঃতস্মৈ নমো নমঃ ।।” অশুভ আসুৰিৰ শক্তি বিনাশী ধৰাৰ বুকুত শান্তি প্ৰদানাৰ্থে মা দূৰ্গাৰ আজি আগমন হ’ব […]
October 6, 2021

এখন সবল সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম। ৰাজনৈতিক, অৰ্থনৈতিক লগতে এখন সমাজৰ সৰ্বাংগীন উন্নয়নৰ দিশত এগৰাকী নাৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে।

এখন সবল সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম। ৰাজনৈতিক, অৰ্থনৈতিক লগতে এখন সমাজৰ সৰ্বাংগীন উন্নয়নৰ দিশত এগৰাকী নাৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিন্তু এই ভূমিকা সমূহ বহুক্ষেত্ৰত […]
October 7, 2021

“সময়ৰ সদব্যৱহাৰৰ অৰ্থ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা আৰু উচিত মতে কাম কৰি যোৱা ৷”

#সুপ্ৰভাত#GoodMorning “সময়ৰ সদব্যৱহাৰৰ অৰ্থ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা আৰু উচিত মতে কাম কৰি যোৱা ৷” সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা […]
October 7, 2021

আগন্তুক উপ-নিৰ্বাচন হেতু বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰী জুলেন দৈমাৰীৰ মনোনয়ন দাখিল কৰাৰ সময়ত উপস্থিত থাকি আনন্দিত হৈছোঁ।

আগন্তুক উপ-নিৰ্বাচন হেতু বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰী জুলেন দৈমাৰীৰ মনোনয়ন দাখিল কৰাৰ সময়ত উপস্থিত থাকি আনন্দিত হৈছোঁ। এই বিশেষ মুহূৰ্তত মোৰ […]