October 14, 2021“কোনো মানুহেই পিছলৈ উভতি গৈ এটা নতুন আৰম্ভণি কৰিব নোৱাৰে সকলোৱে বৰ্তমানৰ পৰাই আৰম্ভণি কৰিব লাগিব আৰু এটা নতুন সামৰণিৰ কাৰণে চেষ্টা কৰিব লাগিব।”#সুপ্ৰভাত#GoodMorning “কোনো মানুহেই পিছলৈ উভতি গৈ এটা নতুন আৰম্ভণি কৰিব নোৱাৰে সকলোৱে বৰ্তমানৰ পৰাই আৰম্ভণি কৰিব লাগিব আৰু এটা নতুন সামৰণিৰ কাৰণে চেষ্টা কৰিব লাগিব।” ভক্তপ্ৰাণ […]
October 14, 2021মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে আজি ধুবুৰীস্থিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰ” ত উপস্থিত হৈ এভাগি সেৱা আগবঢ়াওঁ ৷মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে আজি ধুবুৰীস্থিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰ” ত উপস্থিত হৈ এভাগি সেৱা আগবঢ়াওঁ ৷ শিখ সকলৰ […]
October 14, 2021আধুনিক অসমীয়া ভাষা-সাহিত্যক সম্ভ্ৰান্ত ৰূপত প্ৰতিষ্ঠা কৰাত যাৰ অনন্য, অন্যতম অৱদানে অসমীয়া ভাষা-সাহিত্যৰ পৰিকাঠামোক যুগ যুগলৈ শক্তিশালী কৰিলে তেখেতেই হ’ল অন্যতম শ্ৰেষ্ঠ অসমীয়া, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।সাহিত্য ৰথী আধুনিক অসমীয়া ভাষা-সাহিত্যক সম্ভ্ৰান্ত ৰূপত প্ৰতিষ্ঠা কৰাত যাৰ অনন্য, অন্যতম অৱদানে অসমীয়া ভাষা-সাহিত্যৰ পৰিকাঠামোক যুগ যুগলৈ শক্তিশালী কৰিলে তেখেতেই হ’ল অন্যতম শ্ৰেষ্ঠ অসমীয়া, সাহিত্যৰথী […]
October 14, 2021পাটাছাৰকুছিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে মহানৱমী উপলক্ষে মা দুৰ্গাৰ চৰণত সেৱা নিবেদন শুভ মহা নৱমীপাটাছাৰকুছিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে মহানৱমী উপলক্ষে মা দুৰ্গাৰ চৰণত সেৱা নিবেদন শুভ মহা নৱমী আজি মহা নৱমীৰ শুভক্ষণত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা […]
October 14, 2021ফুটবল প্ৰতিযোগিতাত উপস্থিত থাকি খেল উপভোগ কৰাৰ লগতে খেলপথাৰত নামি দুই ভৰিত বল লৈ আনন্দ লাভ কৰোঁফুটবল প্ৰতিযোগিতাত উপস্থিত থাকি খেল উপভোগ কৰাৰ লগতে খেলপথাৰত নামি দুই ভৰিত বল লৈ আনন্দ লাভ কৰোঁ আজি ভোটান্ত সাদেৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা […]
October 15, 2021জগতগুৰু জনাই অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনক অনন্য, অতুলনীয় অৱদানেৰে অনুপম কৰি থৈ গৈছে।জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে অসমৰ অভিভাৱক সকললৈ মোৰ বিনম্ৰ আহ্বান “হৰি ভকতিৰ পাতিলন্ত হাট শঙ্কৰে জগত জুৰি। ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ […]