October 15, 2021গুৰুজনাৰ জন্মোৎসৱত ভকত বৈষ্ণৱৰ সৈতে নামত অংশগ্ৰহণ কৰি মহাপুৰুষ জনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ ৷আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পুণ্য আবিৰ্ভাৱ তিথি উপলক্ষে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাচকুৰি গাঁৱৰ “শ্ৰী শ্ৰী শঙ্কৰদেৱ নামঘৰ” ত আয়োজন কৰা গুৰুজনাৰ জন্মোৎসৱত ভকত বৈষ্ণৱৰ সৈতে […]
October 15, 2021অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধিবলৈ যি কৃষ্টি-সংস্কৃতিৰ সৃষ্টি কৰি থৈ গৈছে তাৰে ভিতৰত অন্যতম এই হৰিনামৰ আজি ভক্তিৰস পান কৰি নিজকে ধন্য মানিছোঁ ৷“শঙ্কৰদেৱ কিনো তোমাৰ লীলাগোটেই ৰাতি ভকতক নামেৰে মুহিলা” বৰঅসম গঢ়োতা, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি আবিৰ্ভাৱ তিথি উপলক্ষে পাটাছাৰকুছি সমষ্টিৰ কাচকুৰি, বৰঝাৰ, খাৰাধৰা, হীৰাপাৰা, ভদ্ৰকুছি, […]
October 16, 2021সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷#সুপ্ৰভাত#GoodMorning সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ বাঘমাৰা আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যােগত আয়োজিত এক এথ্লেটিকচ প্ৰশিক্ষণ শিবিৰত আজি […]
October 16, 2021অসমীয়াৰ প্ৰাণপুৰুষ তথা জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে আজি বিজনী সত্ৰত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত ‘যুৱ সমাৰোহ’ ত উপস্থিত হৈ আনন্দিত হৈছোঁ।অসমীয়াৰ প্ৰাণপুৰুষ তথা জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে আজি বিজনী সত্ৰত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত ‘যুৱ সমাৰোহ’ ত […]
October 16, 2021বজালী জিলা শাখা আৰু স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আজিৰ কাৰ্যসূচীত উপস্থিত থাকোঁ।বজালী জিলাৰ শঙ্কৰী সংস্কৃতি প্ৰকল্প, কাহাৰপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অসমৰ অন্যতম জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অন্তৰ্গত বজালী জিলা শাখা আৰু স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা […]
October 16, 2021আজি মই সৰভোগৰ শঙ্কৰদেৱ নামঘৰত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে আয়োজন কৰা জন্মোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেৰাৰ অভয় চৰণত ভক্তিভৰা সেৱা জনাওঁ।আজি মই সৰভোগৰ শঙ্কৰদেৱ নামঘৰত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে আয়োজন কৰা জন্মোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেৰাৰ অভয় চৰণত ভক্তিভৰা সেৱা জনাওঁ। […]