November 2, 2021তামুলপুৰ সমষ্টিবাসী ৰাইজলৈ মোৰ স্নেহভৰা কৃতজ্ঞতা আৰু সশ্ৰদ্ধ প্ৰণাম যাচিলোঁতামুলপুৰ সমষ্টিবাসী ৰাইজলৈ মোৰ স্নেহভৰা কৃতজ্ঞতা আৰু সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ সদ্য সমাপ্ত হোৱা অসম বিধান সভাৰ উপ-নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ মই তত্বাৱধায়ক আছিলোঁ ৷ দলীয় কাৰ্যকৰ্তা সকলৰ […]
November 3, 2021#সুপ্ৰভাত #GoodMorning “আমি যি জানাে সেয়া অতি নগণ্য। আমি যি নাজানাে তাৰ কোনো সীমা নাই। গতিকে নিজকে জ্ঞানী বুলি ভবা অনুচিত।”#সুপ্ৰভাত#GoodMorning “আমি যি জানাে সেয়া অতি নগণ্য। আমি যি নাজানাে তাৰ কোনো সীমা নাই। গতিকে নিজকে জ্ঞানী বুলি ভবা অনুচিত।” এটি নতুন আৰু সুন্দৰ পুৱাৰ সম্ভাষণ […]
November 3, 2021ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে ‘জল জীৱন মিছন’ৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা সমান্তৰালকৈ বিদ্যালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰ সমূহতো পানী যোগান দি থকা হৈছে ।ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে ‘জল জীৱন মিছন’ৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা সমান্তৰালকৈ বিদ্যালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰ […]
November 3, 2021ৰাইজে কৰি অহা অভিযোগৰ ভিত্তিত গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটি দিলে এক অভিযান চলায় ৷ৰাইজে কৰি অহা অভিযোগৰ ভিত্তিত গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটি দিলে এক অভিযান চলায় ৷ এই অভিযানত দলটোৱে জিলাখনৰ নলাপাৰৰ আলমীত […]
November 4, 2021বৰপেটা সত্ৰৰ বৰ বায়ন, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, সত্ৰ ভূষণ তথা সংগীত নাটক একাডেমী প্ৰাপ্ত বিশিষ্ট সত্ৰীয়া শিল্পী জগন্নাথ বায়ন দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।বৰপেটা সত্ৰৰ বৰ বায়ন, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, সত্ৰ ভূষণ তথা সংগীত নাটক একাডেমী প্ৰাপ্ত বিশিষ্ট সত্ৰীয়া শিল্পী জগন্নাথ বায়ন দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। […]
November 4, 2021সকলোৰে বাবে দীপাৱলী হওঁক নিৰাপদ,সুখ-শান্তিৰে সমৃদ্ধ।সকলোৰে বাবে দীপাৱলী হওঁক নিৰাপদ,সুখ-শান্তিৰে সমৃদ্ধ। এখন সুন্দৰ, সেউজ ৰাজ্য গঢ়াৰ আন্তৰিক কামনাৰে সকলোৱে পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰেৰে প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰিবলৈ যত্ন কৰো আহক… উল্লেখ্য […]