November 18, 2021আজি ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ ৷দলীয় কাৰ্যকৰ্তা সকলে নিজৰ লগতে প্ৰতিজনৰ সৈতে মতান্তৰ থাকিলেও মনান্তৰ আনিব নালাগে….. আজি ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে মত […]
November 18, 2021আজি ভক্তিৰসৰ মধুৰ সমন্বয়েৰে পাটাছাৰকুছি, টিহু, কুকুৰমাৰা, পাঠশালা, কুৱৰা আৰু হেলনা অঞ্চলত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱ কেইভাগিত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।প্ৰভু শ্ৰীকৃষ্ণৰ দ্বাৰা মৰ্ত্যত সমাপন হোৱা কৰ্মৰাজিৰ কলাত্মক ৰূপৰ নিপুণ উপস্থাপন “ৰাস মহোৎসৱ” অসমীয়া সম্ভ্ৰান্ত সংস্কৃতিৰ অনন্য এটি কলা-সংস্কৃতি তথা আধ্যাত্মিক চেতনাৰ অন্যতম নিদৰ্শন। আজি ভক্তিৰসৰ […]
November 19, 2021ধ্বজাবাহী আঁচনি ৰূপায়ণৰ মাধ্যমেৰে গ্ৰাম্য উন্নয়নধ্বজাবাহী আঁচনি ৰূপায়ণৰ মাধ্যমেৰে গ্ৰাম্য উন্নয়ন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ দুখীয়া জনসাধাৰণৰ বাবে জীৱিকা নিৰ্বাহৰ সুবিধা সৃষ্টি কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা আৰু সামাজিক সুৰক্ষা তথা […]
November 19, 2021কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াক আজি সৌজন্যমূলক সাক্ষাৎ কৰি মত বিনিময় কৰোঁ ৷অসম ভ্ৰমণলৈ অহা মাননীয় কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াক আজি সৌজন্যমূলক […]
November 19, 2021খানাপাৰাস্থিত ৰাজ্যিক অতিথিশালাত মাননীয় কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত Ashwini Choubey ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যিক অভিকৰণ সমূহ আৰু ভাৰতীয় খাদ্য নিগমৰ সৈতে ‘ধান ক্ৰয়’ ৰ ওপৰত হোৱা এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ৷আজি খানাপাৰাস্থিত ৰাজ্যিক অতিথিশালাত মাননীয় কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত Ashwini Choubey ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যিক […]
November 19, 2021গুৱাহাটীৰ চাংসাৰিত মাননীয় কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াই ৫০,০০০ মেট্ৰিক টন আধুনিক ৰেল সংযুক্ত শস্যৰ গুদামটোৰ শুভাৰম্ভ কৰেআজি গুৱাহাটীৰ চাংসাৰিত মাননীয় কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অশ্বিনী কুমাৰ চৌবে ডাঙৰীয়াই ৫০,০০০ মেট্ৰিক টন আধুনিক ৰেল সংযুক্ত শস্যৰ […]