November 21, 2021‘সাউৰি দিয়া ধান কটা পৰ্ব’ ৰ শুভাৰম্ভ কৰি অতিকৈ প্ৰফুল্লিত হ’লোঁ ৷আজি ৰায়পুৰ (ভাগৱতীপাৰা) বামুনকুছি (নপাৰা)ত বজালী জিলা কোচ ৰাজবংশী সংগ্ৰামী মঞ্চ, সদৌ বজালী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনী বজালী […]
November 21, 2021বিজেপিৰ জ্যেষ্ঠ নিষ্ঠাবান নেতা ৰঞ্জিত ঠাকুৰীয়া আৰু আমাৰ মাজত নাইপ্ৰয়াত ৰঞ্জিত ঠাকুৰীয়া কাৰ্যালয়ত থাকি কাৰ্যনিৰ্বাহ কৰা শেষৰগৰাকী কাৰ্যকৰ্তা আছিল। তেখেতে ১৯৮৬ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিক সেৱা আগবঢ়াইছিল ৷ লগতে, যুৱমৰ্চা আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক […]
November 21, 2021আজি পাঠশালাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ সৌজন্যত ‘ঘূৰ্ণিয়মান পুঁজি বিতৰণ আৰু সজাগতা সভা’ সম্বোধন কৰোঁআজি পাঠশালাত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ সৌজন্যত ‘ঘূৰ্ণিয়মান পুঁজি বিতৰণ আৰু সজাগতা সভা’ সম্বোধন কৰোঁ ৷ উক্ত সভাত পাঠশালা পৌৰসভাৰ অধীনৰ ৫ টা মহিলা […]
November 22, 2021অভিনেতা বিজু ফুকন ডাঙৰীয়াক স্মৃতিদিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।৭০ দশকৰ পৰা অসমীয়া চলচিত্ৰত এক সুকীয়া স্থান গঢ়ি দৰ্শক ৰাইজৰ হৃদয়ত বসতি কৰা চিৰসেউজ অভিনেতা বিজু ফুকন ডাঙৰীয়াক স্মৃতিদিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। মহানায়ক গৰাকীৰ অনবদ্য […]
November 22, 2021আজি বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁআজি বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁ ৷ এই সভাত জিলা পৰ্যায়ৰ কাৰ্যকৰ্তা সকলৰ লগতে বঙাইগাঁও জিলাৰ অন্তৰ্গত প্ৰতিটো বুথ আৰু […]
November 23, 2021চাহ জনগোষ্ঠীৰ এগৰাকী অন্যতম অগ্ৰণী, প্ৰাতঃস্মৰণীয় নেতা, শিক্ষাবিদ, সমাজহিতৈষী সন্তোষ কুমাৰ তপ্নদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।চাহ জনগোষ্ঠীৰ এগৰাকী অন্যতম অগ্ৰণী, প্ৰাতঃস্মৰণীয় নেতা, শিক্ষাবিদ, সমাজহিতৈষী সন্তোষ কুমাৰ তপ্নদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি “শ্ৰমিক কল্যাণ দিৱস” হিচাপে পালন হৈ অহা এই বিশেষ […]