November 29, 2021আজি পাটাছাৰকুছি সমষ্টিৰ মণ্ডল কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসমৰ প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘মণ্ডল প্ৰশিক্ষণ শিবিৰ’ ত অংশগ্ৰহণ কৰোঁ আৰু কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হওঁ ৷আজি পাটাছাৰকুছি সমষ্টিৰ মণ্ডল কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসমৰ প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘মণ্ডল প্ৰশিক্ষণ শিবিৰ’ ত অংশগ্ৰহণ কৰোঁ আৰু কাৰ্যকৰ্তা সকলৰ সৈতে মত […]
November 29, 2021‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে আজি পাটাছাৰকুছিৰ বিধান সভা সমষ্টিৰ ৯৬ নং ভোটকেন্দ্ৰৰ ১৮১৭ নং দলাইগাঁও বিৰবিৰিয়া প্ৰাথমিক বিদ্যালয়ৰ অধীনৰ ভোটাৰসকলৰ ১০০ শতাংশ ক’ভিড টিকাকৰণ সম্পূৰ্ণ‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে আজি পাটাছাৰকুছিৰ বিধান সভা সমষ্টিৰ ৯৬ নং ভোটকেন্দ্ৰৰ ১৮১৭ নং দলাইগাঁও বিৰবিৰিয়া প্ৰাথমিক বিদ্যালয়ৰ অধীনৰ ভোটাৰসকলৰ ১০০ শতাংশ ক’ভিড টিকাকৰণ সম্পূৰ্ণ […]
November 29, 2021অলপতে ইহলীলা সম্বৰণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়া দেৱৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷অলপতে ইহলীলা সম্বৰণ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ ঠাকুৰীয়া দেৱৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷ ঈশ্বৰে পৰিয়ালটোক ধৈৰ্য আৰু সাহস প্ৰদান কৰক […]
November 30, 2021আজি ‘গৰুখুটি প্ৰকল্প’ পৰিদৰ্শন কৰি এমজিএনৰেগাকে আদি কৰি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লওঁ ৷ লগতে, কিছু কামৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷আজি ‘গৰুখুটি প্ৰকল্প’ পৰিদৰ্শন কৰি এমজিএনৰেগাকে আদি কৰি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লওঁ ৷ লগতে, কিছু কামৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷ এই প্ৰকল্পৰ গো-পালন, […]
November 30, 2021আজি ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ধলপুৰৰ শিৱমন্দিৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম-কাজ পৰিদৰ্শন কৰোঁ ৷আজি ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ধলপুৰৰ শিৱমন্দিৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম-কাজ পৰিদৰ্শন কৰোঁ ৷ বৰ্তমান এই অঞ্চলত এমজিএনৰেগাৰ অধীনত খহনীয়া ৰোধৰ বাবে ক্ষিপ্ৰগতিত মথাউৰি নিৰ্মাণ কৰি […]
November 30, 2021সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰধান সম্পাদক তথা বাক্সা জিলাৰ ধমধমাৰ কাষৰ খাগ্ৰাবাৰী গাঁৱৰ নিবাসী খৰ্গেশ্বৰ হালৈ দেৱে অলপতে ইহলীলা সম্বৰণ কৰি বৈকুণ্ঠগামী হয়সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰধান সম্পাদক তথা বাক্সা জিলাৰ ধমধমাৰ কাষৰ খাগ্ৰাবাৰী গাঁৱৰ নিবাসী খৰ্গেশ্বৰ হালৈ দেৱে অলপতে ইহলীলা সম্বৰণ কৰি বৈকুণ্ঠগামী হয়। আজি তেখেতৰ […]