November 30, 2021ধুবুৰী জিলাত পুৰণি সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময়ধুবুৰী জিলাত পুৰণি সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় আজি ধুবুৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলৰ সৈতে মিলিত হৈ মত বিনিময় কৰোঁ ৷ ভাৰতীয় জনতা […]
December 1, 2021আজি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগসমূহৰ বিষয়ববীয়া সকলৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ।আজি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগসমূহৰ বিষয়ববীয়া সকলৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ। ‘জল জীৱন মিছন’ সন্দৰ্ভত পৰ্যালোচনা খাদ্য, […]
December 1, 2021মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা ‘প্ৰাৰ্থনা আঁচনি’ ৰ জৰিয়তে ২.৫০ লাখ টকাৰ চেক বিতৰণ কৰোঁ ৷আজি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাৰ জৰিয়তে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা […]
December 1, 2021আজি ‘অসম আদৰ্শ গ্ৰাম যোজনা ২০১৮-১৯’ আঁচনি অধীনত ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাদাই খালী গাঁৱত মুঠ ২০ লাখ টকা অনুদানেৰে নিৰ্মিত শ্মশানলৈ যোৱা চিৰিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।আজি ‘অসম আদৰ্শ গ্ৰাম যোজনা ২০১৮-১৯’ আঁচনি অধীনত ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাদাই খালী গাঁৱত মুঠ ২০ লাখ টকা অনুদানেৰে নিৰ্মিত শ্মশানলৈ যোৱা চিৰিৰ […]
December 1, 2021সৰভোগৰ বাৰেগাঁৱৰ নিবাসী ৯০ বছৰ বয়সীয়া সাবিত্ৰী নাথ জেঠাইক আজি লগ পাই মই আনন্দিতসৰভোগৰ বাৰেগাঁৱৰ নিবাসী ৯০ বছৰ বয়সীয়া সাবিত্ৰী নাথ জেঠাইক আজি লগ পাই মই আনন্দিত হ’লো ৷ বাৰেগাঁৱলৈ যিমান বাৰেই যাওঁ প্ৰতিবাৰেই মই জেঠাইক এবাৰ সাক্ষাৎ কৰোঁ […]
December 2, 2021আজি শোণিতপুৰ জিলাত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত গাভৰু উন্নয়ন খণ্ডৰ অধীনৰ পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীমতী জামিনী কলিতাৰ বাসগৃহত উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সম্পাদক তথা সদস্যসকলক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ।আজি শোণিতপুৰ জিলাত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত গাভৰু উন্নয়ন খণ্ডৰ অধীনৰ পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীমতী জামিনী কলিতাৰ বাসগৃহত উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ […]