December 2, 2021কাৰ্যকৰ্তা সকল হৈছে দলৰ মূল চালিকা শক্তিকাৰ্যকৰ্তা সকল হৈছে দলৰ মূল চালিকা শক্তি আজি শোণিতপুৰ জিলাৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এখনি দলীয় সভাত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ। কাৰ্যকৰ্তা সকলৰ […]
December 2, 2021আজি ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ উদ্দেশ্য আগত ৰাখি শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ ৯৮ সংখ্যক পুলিং বুথৰ অন্তৰ্গত তেজপুৰ আঞ্চলিক ক্ৰীড়া সংস্কৃতি বিকাশ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটি পৰিদৰ্শন কৰি ৰাইজৰ টিকাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ।আজি ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ উদ্দেশ্য আগত ৰাখি শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ ৯৮ সংখ্যক পুলিং বুথৰ অন্তৰ্গত তেজপুৰ আঞ্চলিক ক্ৰীড়া সংস্কৃতি বিকাশ কেন্দ্ৰত উপস্থিত হৈ […]
December 3, 2021আজি বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ বিশ্বনাথ জিলাৰ কাৰ্যালয়ত এখনি সভা সম্বোধন কৰোঁ ৷ সভাত মিত্ৰদলৰ কাৰ্যকৰ্তা সকলৰ সৈতে আগন্তুক দিনৰ কাৰ্যপন্থাৰ সন্দৰ্ভত মত বিনিময় কৰোঁ ৷আজি বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ বিশ্বনাথ জিলাৰ কাৰ্যালয়ত এখনি সভা সম্বোধন কৰোঁ ৷ সভাত মিত্ৰদলৰ কাৰ্যকৰ্তা সকলৰ সৈতে আগন্তুক দিনৰ কাৰ্যপন্থাৰ সন্দৰ্ভত মত বিনিময় কৰোঁ […]
December 3, 2021বিহালী সমষ্টিৰ অন্তৰ্গত মনাবাৰী পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰত পৰ্যালোচনা সভাআজি বিহালী বিধানসভা সমষ্টিৰ অধীনৰ বাঘমাৰা উন্নয়ন খণ্ডৰ মনাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী মিতালী মহানন্দৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়তত চলি থকা আঁচনি সমূহৰ সফলতাৰ ওপৰত আলাপ-আলোচনা […]
December 3, 2021‘কৰ্মই ধৰ্ম’ মানসিকতাৰে বিভাগীয় উন্নীতকৰণআজি বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা কৰোঁ ৷ বিভাগৰ কাম-কাজ সমূহ সূক্ষ্মভাৱে নিৰীক্ষণ […]
December 3, 2021‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে আজি বিশ্বনাথ বিধান সভা সমষ্টিৰ ১৭৫ নং পুলিং বুথৰ অন্তৰ্গত এৰাবাৰী প্ৰাথমিক বিদ্যালয় (পূব) ভোটকেন্দ্ৰৰ অন্তৰ্গত ক’ভিড টিকা নোলোৱা ব্যক্তিসকলক ক’ভিড টিকা প্ৰদান কৰোঁ ৷‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে আজি বিশ্বনাথ বিধান সভা সমষ্টিৰ ১৭৫ নং পুলিং বুথৰ অন্তৰ্গত এৰাবাৰী প্ৰাথমিক বিদ্যালয় (পূব) ভোটকেন্দ্ৰৰ অন্তৰ্গত ক’ভিড টিকা নোলোৱা ব্যক্তিসকলক ক’ভিড […]