December 3, 2021ভাৰতীয় জনতা পাৰ্টিৰ অক্লান্ত সেৱক, ভাতৃপ্ৰতিম অঞ্জন ডেকা পৰলোকগামী হোৱাৰ বাতৰি পুৱাতেই লাভ কৰি অতিকৈ মৰ্মাহত হৈছোঁ ৷ভাৰতীয় জনতা পাৰ্টিৰ অক্লান্ত সেৱক, ভাতৃপ্ৰতিম অঞ্জন ডেকা পৰলোকগামী হোৱাৰ বাতৰি পুৱাতেই লাভ কৰি অতিকৈ মৰ্মাহত হৈছোঁ ৷ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ বাবে এয়া অতি দুৰ্ভাগ্যজনক […]
December 3, 2021স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰত্ন, বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ড° ৰাজেন্দ্ৰ প্ৰসাদ দেৱক জন্মবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰত্ন, বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ড° ৰাজেন্দ্ৰ প্ৰসাদ দেৱক জন্মবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। দেশৰ কোটি কোটি জনগণৰ মাজত তেখেত জনাজাত আছিল “ৰাজেন্দ্ৰ […]
December 4, 2021মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নিজে লিখা কীৰ্তন পুথি সংৰক্ষিত হৈ থকা গাংমৌ থান দৰ্শনআজি শোণিতপুৰ জিলাৰ বিহালী অঞ্চলস্থিত গুৰুজনাৰ স্মৃতি বিজৰিত পবিত্ৰ গাংমৌ থান দৰ্শন কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ প্ৰায় ৭ বছৰ ৬ মাহ সৃষ্টিশীল কাল অতিবাহিত কৰা […]
December 4, 2021আজি বিশ্বনাথ জিলাত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ চাহ জনগোষ্ঠীয় মৰ্চাৰ ‘ৰাজ্যিক বিষয়ববীয়া সভা’ খনি সম্বোধন কৰি আনন্দিত হৈছো ৷আজি বিশ্বনাথ জিলাত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ চাহ জনগোষ্ঠীয় মৰ্চাৰ ‘ৰাজ্যিক বিষয়ববীয়া সভা’ খনি সম্বোধন কৰি আনন্দিত হৈছো ৷ আজিৰ সভা সম্বোধন কৰি […]
December 5, 2021লখিমপুৰ জিলাৰ বিজেপি কাৰ্যালয়ত দলীয় সভা সম্বোধনলখিমপুৰ জিলাত বিভাগীয় কাম-কাজ সমাপ্ত কৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত উপস্থিত হৈ এখনি দলীয় সভা সম্বোধন কৰোঁ ৷ দলৰ কাৰ্যকৰ্তা বন্ধু সকলৰ উষ্ম আদৰণিয়ে মোক আপ্লুত […]
December 5, 2021আজি লখিমপুৰ জিলাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত মিত্ৰদলৰ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰোঁ ৷লখিমপুৰ জিলাৰ উন্নয়নৰ স্বাৰ্থত মিত্ৰদলৰ সহযোগিতা একান্তই কামনা কৰি আজিৰ সভাখনি সম্বোধন কৰোঁ ৷ তাৰোপৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ কল্যাণৰ অৰ্থে মুকলি কৰা আঁচনি সমূহৰ […]