December 5, 2021

আজি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত উপস্থিত হৈ ‘গ্ৰীণ গেলাৰী’ পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷

আজি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত উপস্থিত হৈ ‘গ্ৰীণ গেলাৰী’ পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷ লগতে, এই গ্ৰীণ গেলাৰীৰ কাম-কাজত নিয়োজিত সংশ্লিষ্ট […]
December 5, 2021

আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰীৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ।

আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰীৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ। পৰিকল্পনা, পৰিশ্রম আৰু […]
December 5, 2021

‘প্ৰতি ঘৰে ঘৰে জল’, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন সাকাৰ কৰিবলৈ উৰ্দ্ধগামী আন এক খোজ

আজি লখিমপুৰ জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ‘জল জীৱন মিছন’ আঁচনিৰ অন্তৰ্গত কেইবাখনো পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ । ঘাৰমৰা খোৱাপানী যোগান আঁচনি […]
December 5, 2021

আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰস্থিত ঐতিহাসিক শংকৰ-মাধৱৰ মনিকাঞ্চন সংযোগ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰ দৰ্শন কৰি আত্মবিভোৰ হ’লো ৷

আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰস্থিত ঐতিহাসিক শংকৰ-মাধৱৰ মনিকাঞ্চন সংযোগ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰ দৰ্শন কৰি আত্মবিভোৰ হ’লো ৷ দুয়োজনা গুৰুৰ মিলনস্থলীৰ নয়নভিৰাম দৃশ্যই মোক আপ্লুত কৰিলে ৷ […]
December 7, 2021

সাহিত্য, সাংবাদিকতা ক্ষেত্ৰৰ অন্যতম মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

সাহিত্য, সাংবাদিকতা ক্ষেত্ৰৰ অন্যতম মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। বৰেণ্য সাহিত্যিক গৰাকীয়ে কথাশিল্পৰ জৰিয়তে এখন সু-শৃংখলিত সমাজ গঠন কৰিবলৈ সদায় প্ৰয়াস কৰি গৈছিল। […]
December 7, 2021

আজি দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী লক্ষিমী গোস্বামীৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়ত খনৰ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ।

আজি দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী লক্ষিমী গোস্বামীৰ বাসগৃহত উপস্থিত হৈ পঞ্চায়ত খনৰ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ। পৰ্যালোচনা কালত পঞ্চায়তখনত চৰকাৰে জনহিতাৰ্থে […]