December 8, 2021আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ পানী আৰু অনাময় সহায়ক সংস্থা (WSSO) ৰ পণ্যাগাৰটো পৰিদৰ্শন কৰোঁ ৷আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ পানী আৰু অনাময় সহায়ক সংস্থা (WSSO) ৰ পণ্যাগাৰটো পৰিদৰ্শন কৰোঁ ৷ এই সংস্থাটোৰ অধীনৰ বিভিন্ন কাম-কাজৰ স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত […]
December 8, 2021অঞ্জন য’তেই আছে কুশলে থাকক, তেওঁৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান পাওঁক ৷ভাৰতীয় জনতা পাৰ্টিৰ প্ৰট’ক’ল বিভাগৰ দায়িত্বত কৰ্মৰত হৈ থকা একনিষ্ঠ কাৰ্যকৰ্তা, উদ্যমী যুৱক অঞ্জন ডেকাই অলপতে আকস্মিক মৃত্যুক সাৱটি লয় ৷ আজি গুৱাহাটীৰ বেলতলাস্থিত বাসগৃহত এখন্তেক […]
December 10, 2021পানী যোগান আঁচনিৰ যিকোনো বিসংগতি দৃষ্টিগোচৰ হ’লে শীঘ্ৰেই স্থানীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক যোগাযোগ কৰক আৰু ৰাজ্যৰ উন্নয়নৰ এজন সক্ৰিয় অংশীদাৰ হওঁকপানী যোগান আঁচনিৰ যিকোনো বিসংগতি দৃষ্টিগোচৰ হ’লে শীঘ্ৰেই স্থানীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক যোগাযোগ কৰক আৰু ৰাজ্যৰ উন্নয়নৰ এজন সক্ৰিয় অংশীদাৰ হওঁক সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ […]
December 10, 2021নামঘৰ সমূহ হৈছে আমাৰ কৃষ্টি-সংস্কৃতিৰ বাহক তথা অসমীয়া সমাজ জীৱনৰ চালিকা শক্তিআজি পাঠশালাৰ বৰসাদেৰী বুঢ়াগোঁসাইঘৰৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰোঁ ৷ অঞ্চলটোৰ গণ্যমান্য ব্যক্তি তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰি […]
December 10, 2021আজি ‘শ্বহীদ দিৱস’ উপলক্ষে পাঠশালাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত“শ্বহীদৰ ত্যাগ আৰু ৰঙা ৰক্তক যেয়ে দিব খোজে অপবাদ আগ্নেয় মন্ত্ৰ উচ্চাৰি তাৰ দেশে দিব নিতে প্ৰতিবাদ…” আজি ‘শ্বহীদ দিৱস’ উপলক্ষে পাঠশালাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত […]
December 10, 2021আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ৰংমহল ৰাজহ গাঁও, লেঙা ৰাজহ গাঁও আৰু সাতগাঁও ৰাজহ গাঁৱৰ অন্তৰ্গত উত্তৰ লেঙা, দক্ষিণ লেঙা, নামসুত্ৰচুপাকে আদি কৰি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ পানীৰ সমস্যাৰ বুজ লওঁ ৷আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ৰংমহল ৰাজহ গাঁও, লেঙা ৰাজহ গাঁও আৰু সাতগাঁও ৰাজহ গাঁৱৰ অন্তৰ্গত উত্তৰ লেঙা, দক্ষিণ লেঙা, নামসুত্ৰচুপাকে আদি কৰি কেইবাটাও অঞ্চল […]