December 12, 2021

আজি পাটাছাৰকুছি সমষ্টিত কলিতা জনগোষ্ঠীয়ে আয়োজন কৰা ন-খোৱা উৎসৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হওঁ ৷

আজি পাটাছাৰকুছি সমষ্টিত কলিতা জনগোষ্ঠীয়ে আয়োজন কৰা ন-খোৱা উৎসৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হওঁ ৷ ন-খোৱা হৈছে স্বাভিমানী অসমীয়া চহা ৰাইজে পালন কৰা এক পৰম্পৰাগত […]
December 12, 2021

আজি টিহু অঞ্চলৰ হৰি মন্দিৰস্থিত ড° বি. আৰ. আম্বেদকাৰ ভৱনটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

আজি টিহু অঞ্চলৰ হৰি মন্দিৰস্থিত ড° বি. আৰ. আম্বেদকাৰ ভৱনটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷ ইয়াৰ পূৰ্বে হৰি মন্দিৰত এভাগি সেৱা জনাই সকলোৰে কুশল কামনা কৰোঁ […]
December 12, 2021

আজি বৰপেটাৰোডত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি প্ৰশিক্ষণ সভা সম্বোধন কৰোঁ ৷

আজি বৰপেটাৰোডত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি প্ৰশিক্ষণ সভা সম্বোধন কৰোঁ ৷ ভাৰতীয় জনতা পার্টিৰ সাংগঠনিক দিশ শক্তিশালী কৰাত দলৰ প্ৰতিটো স্তৰৰ […]
December 12, 2021

আজি বৰবাং স্থিত চৌখুটী লক্ষ্মীমন্দিৰ প্ৰাংগণত অনুষ্ঠিত চৌখুটি গোঁসাইঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি অভিভূত হ’লো

আজি বৰবাং স্থিত চৌখুটী লক্ষ্মীমন্দিৰ প্ৰাংগণত অনুষ্ঠিত চৌখুটি গোঁসাইঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি অভিভূত হ’লো। গোঁসাইঘৰত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই সদৌটিৰ মংগল কামনা কৰোঁ। আজিৰ […]
December 13, 2021

আজি চিৰাং জিলাত মিত্ৰদল ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠক সম্বোধন কৰোঁ।

আজি চিৰাং জিলাত মিত্ৰদল ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠক সম্বোধন কৰোঁ। উক্ত বৈঠকত চিৰাং জিলাৰ ইউপিপিএলৰ দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে ৰাজ্য চৰকাৰে হাতত লোৱা উন্নয়নমূলক […]
December 13, 2021

আজি লোক নিৰ্মাণ বিভাগ অধীনৰ বৰপেটা জিলাৰ চেঙা মৌজাৰ অন্তৰ্গত চেঙা গাঁৱৰ “চেঙা-দৌলাশালৰ পৰা চেঙা হৈ চেঙা-সৰ্থেবাৰী পথ” ৰ নিৰ্মাণ কাৰ্যৰ ৰাইজৰ সহযোগত শুভাৰম্ভ কৰোঁ

বিশ্ব বেংকৰ সাহাৰ্য্য পুঁজিৰ অধীনত ২০২০-২১ বৰ্ষৰ APART প্ৰকল্পৰ অনুমোদিত ১.৬০৫ কিঃমিঃ দৈঘ্যৰ এই পথটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ ৷ তাৰোপৰি, পঞ্চদশ বিত্তীয় আয়োগৰ […]