December 15, 2021

বাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন হ’বলগীয়া “সোণালী জয়ন্তী” অনুষ্ঠানৰ লাইখুটা স্থাপন

অহা ২০২২ বৰ্ষৰ ৭, ৮ আৰু ৯ জানুৱাৰী তাৰিখে বজালী জিলাৰ নিত্যানন্দস্থিত বাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন হ’বলগীয়া “সোণালী জয়ন্তী” অনুষ্ঠানৰ আজি লাইখুটা স্থাপন কৰি আনন্দিত […]
December 15, 2021

বজালী জিলাত চিকৰৈতা সাৰাংপুৰীয়া কৃষি প্ৰকল্পৰ সন্দৰ্ভত বিশেষ ৰাইজ মেল

আজি বজালী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন মৰ্কাৰ সমীপত এখনি “বিশেষ ৰাইজ মেল” সম্বোধন কৰোঁ ৷ আজিৰ এই ৰাইজ মেলৰ মুখ্য উদ্দেশ্য হৈছে – চিকৰৈতা […]
December 15, 2021

আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা চৰ্দাৰ বল্লভভাই পেটেল দেৱক আজি স্মৃতিদিৱসত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

এইগৰাকী মহান ৰাষ্ট্ৰ নেতাই দেশৰ ঐক্য-সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে অন্যতম ভূমিকা গ্ৰহণ কৰিছিল। সততা, নিষ্ঠাৰে ৰাষ্ট্ৰৰ প্রতি সমৰ্পিত হৈ ৰাষ্ট্ৰ সেৱাৰ অনন্য আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ […]
December 16, 2021

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ বৰপেটা জিলাৰ সভানেত্ৰী শ্ৰীমতী জয়া দাসৰ স্বামীৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটে ৷

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ বৰপেটা জিলাৰ সভানেত্ৰী শ্ৰীমতী জয়া দাসৰ স্বামীৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটে ৷ আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰোঁ […]
December 16, 2021

সৰ্থেবাৰীস্থিত পাঁচখেল গঞা গয়ৰহৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ ‘ভঁৰাল ঘৰৰ প্ৰথম মহলা’ টি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

আজি সৰ্থেবাৰীস্থিত পাঁচখেল গঞা গয়ৰহৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ ‘ভঁৰাল ঘৰৰ প্ৰথম মহলা’ টি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ। উদ্বোধনৰ পূৰ্বে সদৌটিৰে কুশল কামনা […]
December 16, 2021

সৎসঙ্গৰ প্ৰধান আচাৰ্যদেৱ, নমস্য ব্যক্তি শ্ৰীশ্ৰী অশোক চক্ৰৱৰ্তী দেৱৰ পৰলোক গমনৰ খবৰ লভি অতিকৈ মৰ্মাহত হৈছোঁ

জয়গুৰু সৎসঙ্গৰ প্ৰধান আচাৰ্যদেৱ, নমস্য ব্যক্তি শ্ৰীশ্ৰী অশোক চক্ৰৱৰ্তী দেৱৰ পৰলোক গমনৰ খবৰ লভি অতিকৈ মৰ্মাহত হৈছোঁ। আধ্যাত্মিক চিন্তা, চেতনাৰ মাজেৰে মানৱীয় প্ৰমূল্যৰে ভৰা অম্লান আদৰ্শৰে […]