December 25, 2021প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আয়োজিত “সুশাসন দিৱস” ত উপস্থিত থাকি বৰেণ্য নেতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰোঁ।ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ উদ্যােগত সৰভোগস্থিত কালি মন্দিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰদ্ৰষ্টা, মহীৰূহ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আয়োজিত “সুশাসন দিৱস” ত উপস্থিত […]
December 25, 2021সুশাসন দিৱস উদযাপন#সুশাসন_দিৱস_উদযাপন আজি বিশ্ববৰেণ্য নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিৱস উপলক্ষে আয়োজন হোৱা ‘সুশাসন দিৱস’ ৰ ভাৰতীয় জনতা পাৰ্টি, বজালী জিলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ […]
December 25, 2021ভাৰতীয় জনতা যুৱ মৰ্চা, বজালী জিলাৰ উদ্যোগত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি আয়োজন কৰা বাইক ৰেলীত অংশগ্ৰহণ কৰোঁ ৷ভাৰতীয় জনতা যুৱ মৰ্চা, বজালী জিলাৰ উদ্যোগত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি আয়োজন কৰা বাইক ৰেলীত অংশগ্ৰহণ কৰোঁ ৷ কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনা আৰু […]
December 25, 2021ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি অসম সাহিত্য সভাৰ ৫৩ তম্ পাঠশালা অধিবেশনৰ স্মৃতিগ্ৰন্থ “বজালী দৰ্পন” খনিৰ শুভ উন্মোচন কৰি আনন্দিত হৈছোঁ ৷ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি অসম সাহিত্য সভাৰ ৫৩ তম্ পাঠশালা অধিবেশনৰ স্মৃতিগ্ৰন্থ “বজালী দৰ্পন” খনিৰ শুভ উন্মোচন কৰি আনন্দিত হৈছোঁ ৷ […]
December 25, 2021টিহু বনগাঁও পথৰ পৰা পূৱ হেলনা (ঠাকুৰীয়া পাৰা) গৰখীয়া গোসাঁইৰ থানলৈ আৰু টিহু বনগাঁও পথৰ পৰা এল পি স্কুল হৈ পূৱ হেলনালৈ পথ দুটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি বজালী জিলাত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন (SOPD-G) শিতানৰ অধীনত […]
December 26, 2021আজি বজালী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ স্থানীয় সম্ভাৱনাপূৰ্ণ তথা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ আৰু সন্থাৰ বিষয়ববীয়াৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লগতে তেখেত সকলৰ সৈতে মত বিনিময় কৰোঁ।আজি বজালী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ স্থানীয় সম্ভাৱনাপূৰ্ণ তথা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ আৰু সন্থাৰ বিষয়ববীয়াৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লগতে তেখেত সকলৰ সৈতে মত বিনিময় […]