August 26, 2020প্ৰেম- আন্তৰিকতাৰ বাৰ্তাৰে নি: কিন, অসহায়, আৰ্তজনৰ বাবে সেৱা কৰি অহা তথা সদায় মানৱ কল্যাণাৰ্থে কাম কৰি অহা মহীয়সী নাৰী মাদাৰ টেৰেছাক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷প্ৰেম- আন্তৰিকতাৰ বাৰ্তাৰে নি: কিন, অসহায়, আৰ্তজনৰ বাবে সেৱা কৰি অহা তথা সদায় মানৱ কল্যাণাৰ্থে কাম কৰি অহা মহীয়সী নাৰী মাদাৰ টেৰেছাক তেখেতৰ ওপজা দিনত আন্তৰিক […]
August 26, 2020ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শিল্পী সমাজৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী, কণ্ঠশিল্পী, কৰিঅ’গ্ৰাফাৰে যোগদান কৰে৷মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ সুদক্ষ নেতৃত্ব, প্ৰগতিশীল, উন্নয়ণমুলক কাম-কাজ, জনহিতৈষী চিন্তাধাৰাৰ বাবেই সমাজৰ সকলো স্তৰৰ ৰাইজৰ […]
August 26, 2020ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ ডাঙৰীয়া তিনিদিনীয়া কৰ্মসূচীৰে অসমত আহি ইতিমধ্যে উপস্থিত হৈছে।ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ ডাঙৰীয়া তিনিদিনীয়া কৰ্মসূচীৰে অসমত আহি ইতিমধ্যে উপস্থিত হৈছে। অহা দুদিনত তেখেতে এই কৰ্মসূচীত দলৰ সাংগঠনিক বিষয়ক কেইবাখনো […]
August 27, 2020জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসানৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে । বহু অসমীয়া চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতক চহকী কৰি যোৱা তেখেতৰ বিয়োগ অসমীয়া সংগীত জগতৰ এক অপূৰণীয় ক্ষতি।জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসানৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে । বহু অসমীয়া চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতক চহকী কৰি যোৱা তেখেতৰ বিয়োগ অসমীয়া সংগীত জগতৰ […]
August 31, 2020সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানীত কৰা সন্মানীয় ফুল কুমাৰী কলিতা বাইদেউৰ মৃত্যৰ বতৰা পাই মৰ্মাহত হৈছো৷বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা লোক সংস্কৃতিৰ গৱেষিকা, সুবক্তা, সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানীত কৰা সন্মানীয় ফুল কুমাৰী কলিতা […]
August 31, 2020আজি ৩১ আগষ্ট ২০২০ তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী লখেন হাজৰিকা, লক্ষিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক শ্ৰী ৰূপেশ্বৰ গগৈকে ধৰি আন ২৬ জন সদস্য আৰু প্ৰাক্তন উপ-সভাপতি মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহ সাধাৰণ সম্পাদক শ্ৰী বিৰেণ কৈৰী, মজদুৰ সংঘৰ প্ৰাক্তন সদস্য শ্ৰী মিন্ন ঘাটোৱাৰকে ধৰি সৰ্বমুঠ ২৯ জন সদস্যই যোগদান কৰে৷মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্যিক চৰকাৰখনৰ নীতি আদৰ্শৰ ওপৰত আস্থা ৰাখি আজি ৩১ আগষ্ট ২০২০ […]