December 26, 2021

আজি বজালী স্প’ৰ্টচ এচ’ছিয়েচনৰ সৌজন্যত অনুষ্ঠিত হোৱা “অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপ ২০২১-২২” ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনৰ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰোঁ ৷

আজি বজালী স্প’ৰ্টচ এচ’ছিয়েচনৰ সৌজন্যত অনুষ্ঠিত হোৱা “অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপ ২০২১-২২” ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনৰ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰোঁ ৷ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত […]
December 26, 2021

বৰমচাৰিস্থিত কামৰূপ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ “সোণালী জয়ন্তী” অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ।

আজি বৰমচাৰিস্থিত কামৰূপ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ “সোণালী জয়ন্তী” অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ। বিগত ৫০ বছৰ ধৰি বিদ্যালয়খনে ৰাজ্যখনৰ বহু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা মানসিক উৎকৰ্ষ […]
December 26, 2021

অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম ভট্টদেৱৰ সৃষ্টিৰাজি তথা সাহিত্যিক অৱদান সমূহৰ বিষয়ে উপস্থিত ৰাইজৰ সন্মুখত আলোকপাত কৰোঁ

আজি পাটাছাৰকুছি সমষ্টিৰ নিত্যানন্দস্থিত শ্ৰীশ্ৰীদামোদৰ সেৱা সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা কবিৰত্ন শ্ৰীশ্ৰীবৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ) ৰ ৩৮৪ তম পুণ্য তিৰোভাৱ তিথি (কথা-সাহিত্য দিৱস) উদযাপনৰ লগত সংগতি […]
December 26, 2021

আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত DREAMS Trust ৰ উদ্যোগত আয়োজন হোৱা “উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণত উদ্যমিতা” শীৰ্ষক আলোচনা চক্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত DREAMS Trust ৰ উদ্যোগত আয়োজন হোৱা “উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণত উদ্যমিতা” শীৰ্ষক আলোচনা চক্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ […]
December 27, 2021

আজি টিহু বেডমিণ্টন ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ‘বেডমিণ্টন প্ৰতিযোগিতা’ খনিত উপস্থিত থাকি খেল উপভোগ কৰোঁ ৷

আজি টিহু বেডমিণ্টন ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ‘বেডমিণ্টন প্ৰতিযোগিতা’ খনিত উপস্থিত থাকি খেল উপভোগ কৰোঁ ৷ প্ৰতিযোগিতাখনিত সমগ্ৰ টিহু অঞ্চলৰ যুৱকসকলে অংশগ্ৰহণ কৰা দেখি […]
December 27, 2021

ভাৰতীয় জনতা পাৰ্টি, টিহু মণ্ডলৰ দ্বিতীয় প্ৰতিষ্ঠাপক সভাপতি, নিষ্ঠাবান আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী চিতল মণ্ডল ডাঙৰীয়া বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে। আজি তেখেতৰ বাসভৱনত এখন্তেক দেখা দি তেখেতৰ স্বাস্থ্যৰ বুজ লওঁ।

ভাৰতীয় জনতা পাৰ্টি, টিহু মণ্ডলৰ দ্বিতীয় প্ৰতিষ্ঠাপক সভাপতি, নিষ্ঠাবান আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী চিতল মণ্ডল ডাঙৰীয়া বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে। আজি তেখেতৰ বাসভৱনত এখন্তেক […]