December 27, 2021

পূব বজালী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰোঁ ৷ লগতে, আগন্তুক দিনত বিদ্যালয়খনত উদযাপন হ’বলগীয়া ‘সোণালী জয়ন্তী’ ৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লওঁ ৷

কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি পূব বজালী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰোঁ ৷ লগতে, আগন্তুক দিনত বিদ্যালয়খনত উদযাপন হ’বলগীয়া ‘সোণালী জয়ন্তী’ ৰ […]
December 27, 2021

আজি বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণি সভা’ ত অংশগ্ৰহণ কৰি আপ্লুত হৈছোঁ ৷

আজি বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণি সভা’ ত অংশগ্ৰহণ কৰি আপ্লুত হৈছোঁ ৷ শিক্ষাই হৈছে জীৱনৰ আদিমূল তথা জ্ঞান আহৰণৰ মাধ্যম ৷ এই […]
December 27, 2021

১৯০৮ চনতে প্ৰতিষ্ঠা হোৱা পাটাছাৰকুছি আৰক্ষী থানাখনৰ পুনঃনিৰ্মাণ হোৱা নাছিল ৷ আজিৰে পৰা ৰাজ্য চৰকাৰৰ “মৈত্ৰী আঁচনি” ৰ অধীনত প্ৰায় ২ কোটি ৯৬ লাখ টকা ব্যয় সাপেক্ষে থানাখনৰ পুনঃনিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷

১৯০৮ চনতে প্ৰতিষ্ঠা হোৱা পাটাছাৰকুছি আৰক্ষী থানাখনৰ পুনঃনিৰ্মাণ হোৱা নাছিল ৷ আজিৰে পৰা ৰাজ্য চৰকাৰৰ “মৈত্ৰী আঁচনি” ৰ অধীনত প্ৰায় ২ কোটি ৯৬ লাখ টকা ব্যয় […]
December 28, 2021

আজি ভাৰতীয় জনতা পাৰ্টি পাঠশালা নগৰ মণ্ডলত অনুষ্ঠিত হোৱা এখনি বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰোঁ ৷

আজি ভাৰতীয় জনতা পাৰ্টি পাঠশালা নগৰ মণ্ডলত অনুষ্ঠিত হোৱা এখনি বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰোঁ ৷ আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে অনুষ্ঠিত হোৱা এই সভাত দলৰ সাংগঠনিক দিশ, […]
December 28, 2021

বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা “অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি-২০২১” শীৰ্ষক সভাখনিত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাবে অংশগ্ৰহণ কৰোঁ ৷

আজি বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা “অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি-২০২১” শীৰ্ষক সভাখনিত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাবে অংশগ্ৰহণ কৰোঁ ৷ এই আঁচনিখন সমগ্ৰ দেশৰ ভিতৰতে অসমত […]
December 29, 2021

বজালীৰ বৰবাং গাঁৱৰ গৌতম শৰ্মা এগৰাকী আদৰ্শ গো-পালক

বজালীৰ বৰবাং গাঁৱৰ গৌতম শৰ্মা এগৰাকী আদৰ্শ গো-পালক ৷ তেখেতে আঠ (৮) জনী গাই গৰু পালন কৰি প্ৰায় ১৫০ লিটাৰ গাখীৰ উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত […]