December 29, 2021

আজি টিহু গান্ধী ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত ‘মণ্ডল প্ৰশিক্ষণ ও পৰিচয় বৰ্গ’ ৰ এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷

আজি টিহু গান্ধী ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত ‘মণ্ডল প্ৰশিক্ষণ ও পৰিচয় বৰ্গ’ ৰ এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷ এই সভাত […]
December 29, 2021

টিহু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখনি বৈঠকত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ।

আজি টিহু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখনি বৈঠকত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ। মহাবিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ উন্নীতকৰণৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত পৰিচালনা সমিতিৰ সৈতে […]
December 29, 2021

স্ব-নিৰ্ভৰ নাৰী, আত্মনিৰ্ভৰ অসম

আজি টিহু টাউন কমিটিৰ উদ্যোগত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্যা সকলৰ সৈতে হোৱা এখনি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰোঁ ৷ আত্মসহায়ক গোটৰ সদস্যা […]
December 29, 2021

আজি অকয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এটি ‘মিউজিয়াম হল’ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

আজি অকয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এটি ‘মিউজিয়াম হল’ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷ এই মিউজিয়াম হলটোত আমাৰ কৃষ্টি-সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত সম্পদ সমূহ সংৰক্ষণ […]
December 30, 2021

অসম ভ্ৰমণলৈ অহা হিমাচল প্ৰদেশৰ গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ আৰু কৃষি বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত বিৰেন্দ্ৰৰ কানৱাৰ ডাঙৰীয়াক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাবে সৌজন্যমূলক সাক্ষাৎ কৰোঁ ৷

অসম ভ্ৰমণলৈ অহা হিমাচল প্ৰদেশৰ গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ আৰু কৃষি বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত বিৰেন্দ্ৰৰ কানৱাৰ ডাঙৰীয়াক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী […]
December 30, 2021

নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰাৰ সিদ্ধান্তৰ পিছত এইবাৰ কৃষি বিভাগ আগুৱালে মাটি মাহৰ ক্ৰয়ৰ বাবে ৷

নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰাৰ সিদ্ধান্তৰ পিছত এইবাৰ কৃষি বিভাগ আগুৱালে মাটি মাহৰ ক্ৰয়ৰ বাবে ৷ যিসকল মাটি মাহৰ খেতি কৰা খেতিয়ক আছে তেওঁলোকে যাতে […]