December 30, 2021আজি ভাৰতীয় জনতা পাৰ্টিৰ পাটাছাৰকুছি মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখনি দলীয় সভা সম্বোধন কৰোঁ ৷আজি ভাৰতীয় জনতা পাৰ্টিৰ পাটাছাৰকুছি মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখনি দলীয় সভা সম্বোধন কৰোঁ ৷কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনাৰ মাজত অনুষ্ঠিত হোৱা সভাখনিত উপস্থিত থাকি যথেষ্ট ভাল […]
December 30, 2021বজালী জিলাৰ চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্পৰ সন্দৰ্ভত আজি দ্বিতীয়খন ৰাইজ মেল সম্বোধনবজালী জিলাৰ চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্পৰ সন্দৰ্ভত আজি দ্বিতীয়খন ৰাইজ মেল সম্বোধন বছৰ বছৰ ধৰি উকা হৈ পৰি থকা পাটাছাৰকুছি আৰু বামুনকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩১ নং […]
January 1, 2022প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাই বছৰেকত ১ লাখ টকা আয় কৰি অসমৰ জিডিপি বৃদ্ধি কৰাত অৰিহণা যোগাবলৈ আহ্বান…প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাই বছৰেকত ১ লাখ টকা আয় কৰি অসমৰ জিডিপি বৃদ্ধি কৰাত অৰিহণা যোগাবলৈ আহ্বান… আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ […]
January 1, 2022পাঠশালাৰ কলেজ ৰোডত ভ্ৰাম্যমাণ নাট্যজগতৰ দুই পুৰোধা ব্যক্তি ভাৰতবৰ্ষত ভ্ৰাম্যমাণ নাটকৰ জনক প্ৰয়াত অচ্যুত লহকৰ ডাঙৰীয়া আৰু মঞ্চৰত্ন ৰতন লহকৰ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰোঁ।আজি ইংৰাজী ০১/০১/২০২২ তাৰিখে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ পাঠশালাৰ কলেজ ৰোডত ভ্ৰাম্যমাণ নাট্যজগতৰ দুই পুৰোধা ব্যক্তি ভাৰতবৰ্ষত ভ্ৰাম্যমাণ নাটকৰ জনক প্ৰয়াত অচ্যুত লহকৰ ডাঙৰীয়া […]
January 1, 2022আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বজালী জিলাৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰোঁ ৷আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বজালী জিলাৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰোঁ ৷ গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ সদস্য সকলক জীৱিকা উত্তৰণৰ […]
January 1, 2022আজি বজালী জিলালৈ স্বাগতমসূচক প্ৰতীকীৰ শুভ উন্মোচন কৰোঁ ৷আজি বজালী জিলালৈ স্বাগতমসূচক প্ৰতীকীৰ শুভ উন্মোচন কৰোঁ ৷ ইয়াৰোপৰি, কালদিয়া নদীৰ নৈসৰ্গিক দৃশ্য সম্বলিত এখনি চাইনবৰ্ড স্থাপন কৰা হয় ৷ যিহেতু বজালী এখন নতুন জিলা […]