January 1, 2022

আজি নতুন বছৰৰ পহিলা দিনটোতে সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে আয়োজন হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ টিহু নগৰ প্ৰাথমিক শাখাৰ পবিত্ৰ নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানৰ শুভাৰম্ভ কৰোঁ ৷

জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰ আজি নতুন বছৰৰ পহিলা দিনটোতে সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে আয়োজন হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ টিহু নগৰ প্ৰাথমিক শাখাৰ পবিত্ৰ নামঘৰৰ গুৰু […]
January 3, 2022

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত সমগ্ৰ দেশজুৰি আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক ক’ভিড – ১৯ টিকাকৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত সমগ্ৰ দেশজুৰি আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক ক’ভিড – ১৯ টিকাকৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে […]
January 3, 2022

আজি তেজপুৰৰ নেহেৰু মৈদান (চাৰ্চফিল্ড) ত অনুষ্ঠিত ‘অসমী চৰচ মেলা’ ৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

আজি তেজপুৰৰ নেহেৰু মৈদান (চাৰ্চফিল্ড) ত অনুষ্ঠিত ‘অসমী চৰচ মেলা’ ৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অহা ১১ জানুৱাৰী, ২০২২ […]
January 5, 2022

গোৱালপাৰা জিলাৰ ধূপধৰাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত “বুঢ়াদল সাংস্কৃতিক” সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উৎসৱৰ অন্তিম দিনাৰ অনুষ্ঠানত উপস্থিত থাকোঁ।

চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ ধূপধৰাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত “বুঢ়াদল সাংস্কৃতিক” সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উৎসৱৰ অন্তিম দিনাৰ অনুষ্ঠানত উপস্থিত থাকোঁ। ১৯৫৮ চনত ধূপধৰা অঞ্চলৰ কেইবাগৰাকী পুৰোধা […]
January 5, 2022

গোৱালপাৰা জিলাৰ ৰাংছাপাৰা গাঁৱত আজি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত “ৰাংছাপাৰা পানী যোগান আঁচনি”খনৰ শুভ উদ্বোধন কৰোঁ।

গোৱালপাৰা জিলাৰ ৰাংছাপাৰা গাঁৱত আজি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত “ৰাংছাপাৰা পানী যোগান আঁচনি”খনৰ শুভ উদ্বোধন কৰোঁ। উল্লেখ্য যে, গোৱালপাৰা জিলাৰ এই ৰাংছাপাৰা গাঁও চৰকাৰৰ […]
January 6, 2022

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি দলীয় সভা সম্বোধন কৰোঁ ৷

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি দলীয় সভা সম্বোধন কৰোঁ ৷ দলৰ শক্তি বৃদ্ধি কৰাৰ পৰা নিৰ্বাচনত জয়ী কৰালৈকে এই […]