January 6, 2022

পাটাছাৰকুছি, টিহু আদি অঞ্চলৰ ৰাইজক লগত লৈ বিভিন্ন ধৰণৰ ৱাৰ্ড উন্নয়ন সমিতি গঠন কৰা হৈ আহিছে ৷

এইকেইদিন পাঠশালা, পাটাছাৰকুছি, টিহু আদি অঞ্চলৰ ৰাইজক লগত লৈ বিভিন্ন ধৰণৰ ৱাৰ্ড উন্নয়ন সমিতি গঠন কৰা হৈ আহিছে ৷ তাৰে অংশ হিচাবে আজি পাঠশালাৰ ৪ নং […]
January 6, 2022

ঐতিহ্যমণ্ডিত বিদ্যালয়খনিত উপস্থিত হৈ ১৫০ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি সম্পৰ্কে এক সভাত মিলিত হৈ ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষৰে বিশদ ভাৱে আলোচনা কৰাৰ লগতে এক পৰিকল্পনাও যুগুত কৰোঁ।

১৮৬৫ চনত বৰপেটাৰ কেইবাগৰাকী দূৰদৰ্শী তথা সচেতন লোকৰ বিনম্ৰ প্ৰয়াসত এখন বেচৰকাৰী মধ্য ইংৰাজী স্কুল ৰূপে আৰু পৰৱৰ্তী সময়ত সেই সময়ৰ মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী, কালীচৰণ মুখাৰ্জীৰ […]
January 7, 2022

আজি ১৬০ নং বুথৰ বিশিষ্ট শিক্ষাবিদ, বি.এইচ. মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত সৃজন নাথ ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ লওঁ ৷

ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰোড মণ্ডলৰ সভাপতি শ্ৰী ৰাজেশ চৰকাৰে যোৱা কালি মোক সৰভোগ সমষ্টিৰ ১৬০ নং বুথৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত আজি ১৬০ নং বুথৰ […]
January 7, 2022

আজি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ অন্তৰ্গত এখনি দলীয় সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰোঁ ৷

আজি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ অন্তৰ্গত এখনি দলীয় সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰোঁ ৷ আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে অনুষ্ঠিত হোৱা এই সভাত ৰাইজৰ উদ্যমে […]
January 7, 2022

সৰভোগৰ বিভিন্ন অঞ্চলৰ সদ্যপ্ৰয়াত কেইবাগৰাকীও ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আজি সৰভোগ সমষ্টিত দলীয় নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰা পিছতেই সৰভোগৰ বিভিন্ন অঞ্চলৰ সদ্যপ্ৰয়াত কেইবাগৰাকীও ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত […]
January 8, 2022

মাণিকপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত আজি মাণিকপুৰ চ’কত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অতিশয় আনন্দিত হ’লো ৷

মাণিকপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত আজি মাণিকপুৰ চ’কত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অতিশয় আনন্দিত হ’লো ৷ ৰাইজৰ স্নেহভৰা সম্ভাষণে মোক আগন্তুক দিনৰ বাবে […]