January 28, 2022

আজি বজালী জিলাত অনুষ্ঠিত হোৱা এখনি “বিশেষ সাংগঠনিক সভা” ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া সৈতে সম্বোধন কৰোঁ।

আজি বজালী জিলাত অনুষ্ঠিত হোৱা এখনি “বিশেষ সাংগঠনিক সভা” ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া সৈতে সম্বোধন কৰোঁ। এই সভাত সভাপতি ডাঙৰীয়াক […]
January 29, 2022

জনস্বাস্থ্য কাৰিকৰী বিভাগে অবিৰত ভাৱে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

“জল জীৱন মিছন” ৰ জৰিয়তে প্ৰদান কৰা পৰিশোধিত খোৱা পানীৰ টেপ সংযোগে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ পৰিয়ালৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ লগতে এক সুৰক্ষিত আৰু সুস্বাস্থ্যকৰ জীৱন-যাপন […]
February 5, 2022

পাটাছাৰকুছি সমষ্টিত আজি একেদিনাই ১৬ টাকৈ চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ কৰি এক ইতিহাস গঢ়ি তোলাৰ প্ৰয়াস

পাটাছাৰকুছি সমষ্টিত আজি একেদিনাই ১৬ টাকৈ চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ কৰি এক ইতিহাস গঢ়ি তোলাৰ প্ৰয়াস আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালা আৰু পাটাছাৰকুছি পৌৰসভাৰ অধীনৰ […]
February 5, 2022

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে সকলোৰে জ্ঞান, বিদ্যা,বুদ্ধিমত্তাৰ বৃদ্ধিৰ নিমিত্তে আশীষ প্ৰদান কৰক যেন তাকে কামনা কৰোঁ

আজি সৰস্বতী পূজা উপলক্ষে অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় আৰু পাঠশালাস্থিত অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰীৰাম একাডেমিত উপস্থিত হৈ বীণাপানী দেৱীৰ শ্ৰীচৰণত এভাগি সেৱা আগবঢ়াওঁ ৷ বিদ্যাৰ […]
February 5, 2022

আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনি উন্নয়নৰ শুভ উদ্বোধন কৰোঁ ৷

আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনি উন্নয়নৰ শুভ উদ্বোধন কৰোঁ ৷ আজি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত আন্তঃগাঁথনি উন্নয়নৰ শুভাৰম্ভ আৰু সকলোৰে […]
February 6, 2022

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই “অসম মাইক্ৰ-ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি” ৰ অধীনত মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকোঁ ।

আজি নলবাৰীত অনুষ্ঠিত এখনি সভাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই “অসম মাইক্ৰ-ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি” ৰ অধীনত মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ […]