February 6, 2022আজি নলবাৰী সোনপুৰত ৰাজ্যৰ মাননীয় মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।আজি নলবাৰী সোনপুৰত ৰাজ্যৰ মাননীয় মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। ভাৰতীয় জনতা পাৰ্টি, নলবাৰী […]
February 6, 2022আজি পাটাছাৰকুছি সমষ্টিত জল জীৱন মিছনৰ অধীনত দুখনকৈ পানীযোগান আঁচনিৰ শুভ উদ্বোধন কৰোঁ ৷আজি পাটাছাৰকুছি সমষ্টিত জল জীৱন মিছনৰ অধীনত দুখনকৈ পানীযোগান আঁচনিৰ শুভ উদ্বোধন কৰোঁ ৷ আঁচনি দুখন হৈছে – Retrofitting of Dubi, PWSS Greater Bongaon PWSS উল্লেখ্য […]
February 7, 2022ঢিহু অঞ্চলৰ দুই মেধাৱী ছাত্ৰই আদৰ্শৰ চানেকি গঢ়ি টিহু মাখিবাহাৰ দেৱাশীষ শৰ্মা আৰু গৌৰৱ বেজবৰুৱাই চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত নথৈ আনন্দিত হৈছোঁ।শাৰীৰিক প্ৰত্যাহ্বান আৰু আৰ্থিক দীনতা কেতিয়াও যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাক পুনৰবাৰ প্ৰমাণ কৰিলে ঢিহু অঞ্চলৰ দুই মেধাৱী ছাত্ৰই আদৰ্শৰ চানেকি গঢ়ি টিহু মাখিবাহাৰ দেৱাশীষ […]
February 7, 2022আজি টিহু মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত কেন্দ্ৰীয় পুথিভঁৰাল ভৱনটি শুভ উদ্বোধন কৰি নথৈ সুখী অনুভৱ কৰিছোঁ।শিক্ষা, জ্ঞান সমাজ জীৱনৰ অতুলনীয় শক্তি আৰু এই শক্তিৰ অন্যতম আৰু অনন্য প্ৰাণকেন্দ্ৰ হৈছে পুথিভঁৰাল আজি টিহু মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত কেন্দ্ৰীয় পুথিভঁৰাল ভৱনটি শুভ উদ্বোধন কৰি নথৈ […]
February 7, 2022আজি টিহু পৌৰসভাৰ অধীনত টিহু পৌৰসভাৰ এলেকাত কেইবাটাও আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰোঁ ৷আজি টিহু পৌৰসভাৰ অধীনত টিহু পৌৰসভাৰ এলেকাত কেইবাটাও আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰোঁ ৷ উল্লেখ্য যে, এই আঁচনি সমূহৰ কাম অসম চৰকাৰৰ তৰফৰ পৰা আবন্টন পোৱা পঞ্চদশ […]
February 7, 2022মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ আঁচনি বাস্তৱত ৰূপায়ণমুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ আঁচনি বাস্তৱত ৰূপায়ণ বৰপেটাত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাৰ জৰিয়তে “মাইক্ৰ’-ফাইনেন্সৰ ঋণ ৰেহাই আৰু উদগণিমূলক সাহায্য” ৰ অধীনত আজি মুঠ ৬০০০ খন চেক […]